আজি শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্যাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ৷ দৰঙৰ ঐতিহাসিক শ্ৰীশ্ৰীশিয়লা বৈষ্ণৱ, দেওমৰনৈ সত্ৰতো শ্ৰীকৃষ্ণৰ জন্মোৎসৱটি উলহ মালহেৰে পালন কৰা হয় ৷ খৃষ্টীয় দশম শতিকাতে প্ৰতিষ্ঠা হোৱা ঐতিহাসিক সত্ৰখনলৈ আজি পুৱাৰে পৰা অগনন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় ৷ হৰিৰ নামেৰে মুখৰিত হৈ পৰে সত্ৰৰ চৌপাশ ৷ ভক্তসকলে নিজৰ নিজৰ অভিষ্ট সিদ্ধিৰ বাবে শৰাই নৈবদ্য আগবঢ়াই শিয়ালা গোসাইক অৰ্চণা কৰে ৷ জন্মোৎসৱৰ লগত সংগতি ৰাখি পুৱা ভাগৱত পাঠ, গছপুলি ৰোপন, আয়তীসকলৰ নাম প্ৰদৰ্শনৰ লগতে “বৈষ্ণৱ ধৰ্মৰ মতবাদত শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱৰ ভূমিকা” শীৰ্ষক আলোকপাত অনুষ্ঠান অনুষ্ঠিত হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કલેકટર અરવિંદ વિજયનના અધ્યક્ષસ્થાને વુક્ષારોપણ કાર્યક્રમ કરવામાં આવ્યો | SatyaNirbhay News Channel
કલેકટર અરવિંદ વિજયનના અધ્યક્ષસ્થાને વુક્ષારોપણ કાર્યક્રમ કરવામાં આવ્યો | SatyaNirbhay News Channel
মৰাণৰ ট্ৰেফিক পইণ্টত পথত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা বাইক আৰেহীৰ
মৰাণৰ ট্ৰেফিক পইণ্টত পথত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা বাইক আৰেহীৰ
કાશીપુરામાં ૧૪૧ વર્ષ પ્રાચીન નવરાત્રીમાં થાળનું મહત્વ
#buletinindia #gujarat #mahesana