শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ,দৰং জিলা শাখাৰ অন্তৰ্গত বুঢ়াখাট প্ৰাথমিক শাখা আৰু ডেকাগিৰি আঞ্চলিক শাখাৰ উদ্যোগত জগত গুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয় ৷ জাতীয় জীৱনৰ প্ৰান প্ৰতিষ্ঠাতা, সৰ্বগুণাকৰ, একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱটি শ্ৰীমন্তশঙ্কৰদেৱ সংঘ, বুঢ়াখাট প্ৰাথমিক শাখাৰ আতিথ্যত নামঘৰ প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে।৷ তদুপলক্ষে পুৱা প্ৰাতঃ প্ৰসংগৰে শুভাৰম্ভ কৰা কাৰ্যসূচীত গছ পুলি ৰোপন কৰে তিলক ডেকাই ৷ ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাথমিক শাখাৰ সভাপতি বিনয় কুমাৰ বৰুৱাই ৷ দুলাল বৰুৱাই পৰিচালনা কৰা ভাগৱত শোভাযাত্ৰা আৰু হৰকান্ত ডেকাই পৰিচালনা কৰা নাম প্ৰসংগৰ পিছতে মুকলি আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। ক্ষেমাধৰ চহৰীয়াই সভাপতিত্ব কৰা সভা উদ্ধোধন কৰে আঞ্চলিক শাখাৰ উপদেষ্টা ভবেন্দ্ৰ চন্দ্ৰ ডেকাই ৷ সভাত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী অভিযন্তা ৰমেন মালাকাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tata Motors अपनी Electric Cars पर दे रही है 3 लाख से भी ज्यादा का डिस्काउंट, ऐसे उठाएं ऑफर का लाभ
टाटा डीलर प्री-फेसलिफ्ट इलेक्ट्रिक एसयूवी की बिना बिकी यूनिट्स पर जबरदस्त छूट दे रही है। Nexon EV...
বৰমাত পথ দুৰ্ঘটনা- দুজন আহত:
Barama Road Accident.
বৰমা:- বাকসা জিলাৰ বৰমাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক পথ দুৰ্ঘটনা সংঘটিত...
MCN NEWS| वांजरगाव येथील नागरिकांचे अवैध वाळू उपश्याच्या विरोधात उपोषण
MCN NEWS| वांजरगाव येथील नागरिकांचे अवैध वाळू उपश्याच्या विरोधात उपोषण
कुणबी समाज उन्नती हक्क परिषदेला ॲड प्रकाश आंबेडकर उपस्थित राहणार
खेड: उत्तर रत्नागिरी जिल्ह्यामध्ये कुणबी समाज हक्क परिषदेचे नियोजन प्रथमच करण्यात येत आहे. या...
ગુજરાતમાં વાવાઝોડું પવન સાથે ધૂળમાટી ની ડામરીઓ ઉડી.
ડાકોર પંથક માં વાવાઝોડું.
ખેડા જિલ્લાના ડાકોર તેમજ ઠાસરા પંથક માં વાવાઝોડા સાથે પવન ફૂંકાયું....