লক্ষীমপুৰত বিহু বিকৃতকৰণৰ বিৰুদ্ধে ত্ৰীব্ৰ প্ৰতিবাদ সাব্যস্ত হ'ল মঙ্গলবাৰে। অসমীয়া যুব মঞ্চৰ জিলা সমিতিয়ে লক্ষীমপুৰ চহৰৰ মূল চাৰিআলিত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । দাহ কৰিলে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ পুত্তলিকাও । সোমবাৰে দিল্লীৰ দৰবাৰত মালদ্বীপৰ ৰাষ্ট্ৰপতিক আদৰণি জনাইছিল অসমীয়া বিহুৰে। উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কিন্তু এই বিহুক উপস্থাপন কৰা হৈছিল বিকৃত ৰূপত । সেয়ে মঙ্গলবাৰে বিহুৰ এই বিকৃতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুব মঞ্চৰ কৰ্মী সকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ब्रांडेड कंपनी के नाम पर नकली मोबिल ऑयल बेचने वाले तीन लोग तेल माफिया घोषित
आगरा: ब्रांडेड कंपनी के नाम पर नकली मोबिल ऑयल विक्रय कर धन अर्जित करने वाले तीन अभियुक्तगण को तेल...
দৰমহা বৃদ্ধিৰ দাবীত প্ৰতিবাদত বাহিল মৰাণ হিঙিজান চাহ বাগিচাৰ উপ- কৰ্মচাৰী
ৰাজ্য চৰকাৰে চাহ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে বহু অভিলাষী আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰিছে যদিও...
Karnataka: अस्पताल प्रशासन की लापरवाही मरीजों पर पड़ रही भारी, मोबाइल टॉर्च की रोशनी में डॉक्टर कर रहे इलाज
बेंगलुरु। कर्नाटक में चित्रदुर्ग जिले के एक सरकारी अस्पताल में बिजली नहीं होने से दाखिल...
জামুগুৰিহাটৰ মালবস্তিত মৃতদেহ উদ্ধাৰ
জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মালবস্তিত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।...
મનિષ દોશીનું નિવેદન:-ભાજપના રાજેન્દ્ર ત્રિવેદીને શા માટે હઠાવ્યા ?દલિત સમાજની જમીન ભાજપે બિલ્ડરોને આપી દીધી છે !!
વિધાનસભા ચૂંટણી અગાઉ ગુજરાતમા ભાજપના બે મંત્રીઓ રાજેન્દ્ર ત્રિવેદી અને પૂર્ણેશ મોદી પાસેથી ખાતા...