লক্ষীমপুৰত বিহু বিকৃতকৰণৰ বিৰুদ্ধে ত্ৰীব্ৰ প্ৰতিবাদ সাব্যস্ত হ'ল মঙ্গলবাৰে। অসমীয়া যুব মঞ্চৰ জিলা সমিতিয়ে লক্ষীমপুৰ চহৰৰ মূল চাৰিআলিত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । দাহ কৰিলে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ পুত্তলিকাও । সোমবাৰে দিল্লীৰ দৰবাৰত মালদ্বীপৰ ৰাষ্ট্ৰপতিক আদৰণি জনাইছিল অসমীয়া বিহুৰে। উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । কিন্তু এই বিহুক উপস্থাপন কৰা হৈছিল বিকৃত ৰূপত । সেয়ে মঙ্গলবাৰে বিহুৰ এই বিকৃতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুব মঞ্চৰ কৰ্মী সকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पलंग पर सो रहे 6 माह के मासूम को सांप ने काटा, इलाज के दौरान अस्पताल में मौत
तालेड़ा थाना क्षेत्र के अलकोदीया बरडा पर रात को पलंग पर सो रहे 6 माह के मासूम को...
ઠળિયા ગામના યુવાનને છ ઈસમોએ મારમાર્યો
તળાજા ભાવનગર સમાચાર
पुलिस भर्ती परीक्षा में नकल गिरोह का सदस्य गिरफ्तार।
जनपद आजमगढ़ में,पुलिस भर्तीं परीक्षा में नकल गिरोह का सदस्य गिरफ्तार।मालूम होकि जनपद आजमगढ़ में,...
GRP এ উদ্ধাৰ কৰি আটক কৰিছে ৰয়ক২৯ জুনৰ পৰা পলাতক হৈ আছিল OC ৰয়।বৰ্তমান সুস্থিৰ বিমান ৰয়।
GRP এ উদ্ধাৰ কৰি আটক কৰিছে ৰয়ক২৯ জুনৰ পৰা পলাতক হৈ আছিল OC ৰয়।বৰ্তমান সুস্থিৰ বিমান ৰয়।
Hyundai ने Kona EV को इंडियन वेबसाइट से किया अनलिस्ट, Creta EV को पेश करने की तैयारी
Hyundai Kona Electric दो बैटरी पैक के आती थी। पहला 48.4 kWh बैटरी पैक ऑप्शन और 39.2 kWh का छोटी...