নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্নকামদেৱৰ বৰলীয়া নৈৰ পানী জুৱলিত আজি পূৱাই এজনী শিক্ষয়িত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷শিক্ষয়িত্ৰী গৰাকী লহকৰপাৰা(পূৰ্নদৈচপৰা)মুনু লহকৰ(৪৮) বুলি জানিব পৰা গৈছে৷কামৰূপ জিলাৰ বাৰাংহাটীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰা লহকৰে আত্মহত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷অবেশ্যই আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચોટીલા તાલુકાના સાંગાણી ગામ ખાતે વિકસિત ભારત સંકલ્પ યાત્રા અંતર્ગત કાર્યક્રમ યોજાયા
સુરેન્દ્રનગર જિલ્લામાં ચોટીલા ધારાસભ્ય શામજીભાઇ ચૌહાણના અધ્યક્ષસ્થાને ચોટીલા તાલુકાના સાંગાણી...
અમદાવાદ: ૨૬મી જાન્યુઆરીના દિવસે જાહેરમાં બોમ્બ મુક્યા અંગેની ધમકી આપનારને શોધી કાઢતી ક્રાઈમ બ્રાન્ચ
અમદાવાદ શહેરમાં ૨૬મી જાન્યુઆરીના દિવસે જાહેર જગ્યાઓએ બોમ્બ મુક્યા અંગેની ધમકી આપનાર વ્યક્તિને...
भारत की एक बाल गायिका और प्रतिभाशाली गायिका हैं एस्तेर लालदुहामी हंमटे (जन्म 9 जून 2016) मिज़ोरम ,
भारत की एक बाल गायिका और प्रतिभाशाली गायिका हैं एस्तेर लालदुहामी हंमटे (जन्म 9 जून 2016) मिज़ोरम ,
NDA Meeting In Delhi: सहयोगी दलों से Narendra Modi को मिला समर्थन, खास तरह से किया सबका शुक्रिया
NDA Meeting In Delhi: सहयोगी दलों से Narendra Modi को मिला समर्थन, खास तरह से किया सबका शुक्रिया