যিটো সময়ত চৰকাৰে ৰূপায়ন কৰা বিভিন্ন আচঁনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠি আহিছে সেই সময়তে চৰকাৰী আচঁনিৰ সফল ৰূপায়ন তথা প্ৰধানমন্ত্ৰীৰ আবাসগৃহ আচঁনিৰ নিজৰ সমষ্টিত সঠিকভাৱে ৰূপায়ন হৈছে নে নাই তাৰ বুজ লোৱৰ বাবে নিজা সমষ্টিৰ গাঁৱে গাঁৱে চাইকেল চলাই প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ নিৰ্মাণ ৰ কাম কাজ স্বচক্ষে পৰ্যবেক্ষণ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। পুৱাই ঘৰৰ পৰা ওলোৱা বিধায়ক গৰাকীয়ে সমষ্টিটোৰ পঞ্চায়তৰ জনপ্ৰতিনিধি সকলক লগত লৈ চাইকেলৰ পেডেল মাৰি মাৰি হিতাধিকাৰীৰ ঘৰত উপস্থিত হৈ চৰকাৰী আবাসগৃহ সঠিক ভাবে নিৰ্মাণ হৈছে নে নাই সেয়া পৰ্যাবেক্ষন কৰে।চতিয়া সমষ্টিৰ অন্তৰ্গত ১৯ টা গাঁও পঞ্চায়ততে চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ন হোৱাটো সৰ্বতোপ্ৰকাৰে গুৰুত্ব আৰোপ কৰিছে বিধায়কগৰাকীয়ে। ইফালে সমষ্টিটোত নিৰ্মাণ হৈ থকা প্ৰধানমন্ত্ৰী আবাসগৃহ সমূহৰ ভিতৰত প্ৰতিটো পঞ্চায়ততে যি গৰাকী হিতাধিকাৰিয়ে ভালকৈ গৃহটি নিৰ্মাণ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হব সেই গৰাকী হিতাধিকাৰীক একোটাকৈ টেলিভিছন উপহাৰ দিয়াৰ কথাও ঘোষনা কৰে বিধায়ক গৰাকীয়ে। চৰকাৰী আঁচনিৰ সফল ৰূপায়নৰ বাবে বিধায়ক গৰাকীয়ে সমষ্টিটোত লোৱা এই পদক্ষেপ ইতিবাচক হিচাপে বিবেচিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
How Smart Phone is Changing your Brain ? | Him eesh Madaan
How Smart Phone is Changing your Brain ? | Him eesh Madaan
কোকৰাঝাৰৰ পাটগাওত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬২ তম অধিবেশন
https://youtu.be/DMTMIBsViGk
কোকৰাঝাৰ অক্টোবৰ ৮: অহা ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰী পৰা কোকৰাঝাৰৰ...
ડીસા પોલીસે એક જ અઠવાડિયામાં બે અલગ અલગ જગ્યાએથી બે ગાડી સહિત 10.55 લાખ રૂપિયાનો દારૂનો જથ્થો
ડીસા પોલીસે એક જ અઠવાડિયામાં બે અલગ અલગ જગ્યાએથી બે ગાડી સહિત 10.55 લાખ રૂપિયાનો દારૂનો જથ્થો
लक्ष्मीबाई ढेंकरे विद्यालयाचे शैक्षणिक कार्य उत्कृष्ट-मुख्य कार्यकारी अधिकारी अभिनव गोयल
लक्ष्मीबाई ढेंगरे विद्यालयाचे शैक्षणिक कार्य उत्कृष्ट-मुख्य कार्यकारी अधिकारी अभिनव गोयल
...