শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱৰ বাবে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিনত হৈছে ৰাজ্যৰ সত্ৰ নামঘৰ সমূহ। নাৰায়নপুৰৰ বিভিন্ন নামঘৰত যোৱা কালিৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰ দেৱৰ জন্মোৎসৱ। ঠিক সেইদৰে ২নং ভোলাবৰি মাজগাও নামঘৰত যোৱা কালিৰ পৰা উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতিৰ সৌজন্যত চাৰি দিনিয়াকৈ গুৰুজনাৰ আৰ্বিভাৱ মহোৎসৱ উদযাপন কৰা হয়।বৰগীত, কৃষ্ণনৃত্য, ঝুমুৰা নৃত্য, সূত্ৰনৃত্য ৰ লগতে ৰাতিলৈ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰৰ্দশন কৰা হয়। চাৰিদিনিয়াকৈ অনুষ্ঠিত কৰা এই মহোৎসৱভাগিত ৫ অক্টোবৰ তাৰিখে এখন ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হ'ব আৰু মুখ্য বক্তা ৰূপে উপস্থিত থাকিব মাজুলি নতুন কমলাবাৰী সত্ৰৰ বুঢ়াভকত শ্ৰীযুত প্ৰভাত বৰা। ঠিক এইদৰে দ্ধিতীয় বৈকুণ্ঠপুৰীলৈ পৰিনত হৈছে উজনি অসমৰ প্ৰায় বোৰ সত্ৰ নামঘৰ
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Assam Rifles organises a Medical Camp
Assam Rifles organised a Medical Camp at Hongphoi village in Mon district, Nagaland on 28...
ક્રીકેટ રમતા ગ્રાઉંડ મા જ હાર્ટ એટેકનો સીલાસીલો યથાવત, રાજકોટમાં 45 વર્ષીય આશાસ્પદ યુવાનનુ કરૂણ મોત
ક્રીકેટ રમતા ગ્રાઉંડ મા જ હાર્ટ એટેકનો સીલાસીલો યથાવત, રાજકોટમાં 45 વર્ષીય આશાસ્પદ યુવાનનુ કરૂણ મોત
अशनीर ने भारत पे के खिलाफ दायर याचिका वापस ली:MD के रूप में बहाली की मांग की थी
भारतपे के को-फाउंडर अशनीर ग्रोवर ने नेशनल कंपनी लॉ ट्रिब्यूनल (NCLT) से अपनी याचिका वापस ले ली...