সুৰাপায়ীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ, সুৰাপান কৰি গাড়ি চলালে ভৰিব লাগিব ১০ হাজাৰৰ জৰিমনা শনিবাৰৰ পৰা আৰম্ভ হ’ল দুৰ্গা পূজা।পূজাৰ সময়চোৱাত সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হ’ব পৰিবহণ বিভাগ।সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব ১০ হাজাৰৰ জৰিমনা।সুৰাপান কৰি গাড়ি চলালে ৬ মাহৰ বাবে বাতিল হ’ব চালকৰ লাইচেন্স। লগতে নিশাটো আৰক্ষী থানাতে থাকিব লাগিব চালক।সুৰাপায়ীলৈ এই সতৰ্কবাণী পৰিবহণ বিষয়া গৌতম দাসৰ।ইফালে দুচকীয়া বাহনত চালক-আৰোহীয়ে হেলমেট পৰিধান নকৰিলেও ভৰিব লাগিব জৰিমনা।উল্লেখ্য যে দুৰ্গা পূজাৰ মহাষষ্ঠীৰ পূজাৰ দিনাই গুৱাহাটী জিলা পৰিবহন বিভাগে চলালে এই অভিযান।ষষ্ঠীৰ নিশা চলোৱা অভিযানত পৰিবহণ বিভাগৰ জালত পৰিল বহু সুৰাপায়ী চালক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जनावरांना जीव लावल्याने पहा शेतकऱ्याच्या मदतीला धावलेली गाय
जनावरांना जीव लावल्याने पहा शेतकऱ्याच्या मदतीला धावलेली गाय
ৰহা পোটাকচুবা নতুন প্ৰাথমিক বিদ্যালয় ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী অনিমা কাকতি তামুলী ক বিদায় সম্বৰ্ধনা জ্ঞাপন।
এ+গ্ৰেড প্ৰাপ্ত তিনিখন প্ৰাথমিক বিদ্যালয় ৰ প্ৰধানশিক্ষক সকলক সম্বৰ্ধনা।
ৰহা পোটাৰকচুবা নতুন প্ৰাথমিক বিদ্যালয় ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী অনিমা কাকতি তামুলী ক আজি...
અમદાવાદ-અસારવા ચમનપુરા પતરાવાળી ની ચાલીના મકાનો તોડી પાડવા મ્યુ.એસ્ટેટ ખાતા ની ટીમના કાફલા સાથે આવી.
અમદાવાદ ના અસારવા ચમનપુરા પતરાવાળી ની ચાલી ના ૨૦ બ્લોક ના ૫૭૬ મકાનો તોડી પાડવા મ્યુનિસિપલ એસ્ટેટ...
પોરબંદરની ચૂંટણીમાં પોલીસ હોમગાર્ડ જવાનો સહિતના 1600 બંદોબસ્તમાં જોડાશે:SP
પોરબંદરની ચૂંટણીમાં પોલીસ હોમગાર્ડ જવાનો સહિતના 1600 બંદોબસ્તમાં જોડાશે:SP
Share Market Recap: बाजार में रिकवरी, Nifty 21840 के ऊपर हुआ बंद, जानें कहां दिखा दवाब?
Share Market Recap: बाजार में रिकवरी, Nifty 21840 के ऊपर हुआ बंद, जानें कहां दिखा दवाब?