সুৰাপায়ীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ, সুৰাপান কৰি গাড়ি চলালে ভৰিব লাগিব ১০ হাজাৰৰ জৰিমনা শনিবাৰৰ পৰা আৰম্ভ হ’ল দুৰ্গা পূজা।পূজাৰ সময়চোৱাত সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হ’ব পৰিবহণ বিভাগ।সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব ১০ হাজাৰৰ জৰিমনা।সুৰাপান কৰি গাড়ি চলালে ৬ মাহৰ বাবে বাতিল হ’ব চালকৰ লাইচেন্স। লগতে নিশাটো আৰক্ষী থানাতে থাকিব লাগিব চালক।সুৰাপায়ীলৈ এই সতৰ্কবাণী পৰিবহণ বিষয়া গৌতম দাসৰ।ইফালে দুচকীয়া বাহনত চালক-আৰোহীয়ে হেলমেট পৰিধান নকৰিলেও ভৰিব লাগিব জৰিমনা।উল্লেখ্য যে দুৰ্গা পূজাৰ মহাষষ্ঠীৰ পূজাৰ দিনাই গুৱাহাটী জিলা পৰিবহন বিভাগে চলালে এই অভিযান।ষষ্ঠীৰ নিশা চলোৱা অভিযানত পৰিবহণ বিভাগৰ জালত পৰিল বহু সুৰাপায়ী চালক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NCP में दरार के बाद विपक्षी एकता को सताया खतरा, बेंगलुरु में होने वाली बैठक स्थगित; अब संसद सत्र के बाद होगी
Opposition Meeting Postponed after NCP Rift एनसीपी में दरार के बाद विपक्षी एकता को भी खतरा...
ધારી પોલીસ સ્ટેશનના અપહરણ તથા પોક્સોના ગુન્હાના આરોપી તથા ભોગબનનારને ચોક્કસ બાતમી આધારે ગણતરીની કલાકોમાં શોધી કાઢતી ધારી પોલીસ
ધારી પોલીસ સ્ટેશનના અપહરણ તથા પોક્સોના ગુન્હાના આરોપી તથા ભોગબનનારને ચોક્કસ બાતમી આધારે ગણતરીની...
माणिक भाऊ फड यांची सामाजिक बांधिलकी; स्वखर्चाने केली रस्त्याची दुरुस्ती
परळी वैजनाथ (प्रतिनिधी) परळी तालुक्यातील कन्हेरवाडी शिवारात असलेल्या कन्हेरवाडी - देव्हाडा-...
Manipur violence: हिंसा से अछूते क्षेत्रों में इंटरनेट, मोबाइल सेवा बहाल करे सरकार, मणिपुर हाईकोर्ट का निर्देश
इंफाल। मणिपुर हाईकोर्ट ने राज्य सरकार को परीक्षण के आधार पर मोबाइल टावरों को चालू करने...