বঙাইগাঁও ৩ অক্টোবৰঃ--বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ১নং কোকিলা গাওঁ পঞ্চায়তত গান্ধী জয়ন্তী উপলক্ষে বিশেষ গাওঁ সভা অনুষ্ঠিত হয়।এই সভাত সচ্ছ ভাৰত, জল জীৱন মিছনৰ সজাগতাৰ ওপৰত আলোচনা কৰে। ২০২৩/২০২৪ বিত্তীয় বৰ্ষত পঞ্চায়তৰ উন্নয়নৰ পৰিকল্পনা আৰু প্ৰস্তুতকৰণৰ লগতে প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামিনৰ হিতাধিকাৰী মাজত সজাগতা সম্পৰ্কে আলোচনা কৰে। এই সভাত সভাপতিত্ব কৰে কোকিলা পঞ্চায়তৰ নিৰ্বাচিত সভাপতি আব্দুছ চাত্তাৰে । এই সভাত উপস্থিত থাকে বিধায়ক পঞ্চায়ত সচিৱ, জিপিচি, জি, আৰ, এছ, পঞ্চায়তৰ জেষ্ঠ্য নাগৰিক তথা স্থানীয় ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राज्यसभा उपचुनाव में कांग्रेस नहीं उतारेगी अपना उम्मीदवार, डोटासरा ने बताई वजह
चुनाव आयोग ने राज्यसभा चुनाव के लिए तारीखों का एलान कर दिया है. इस बार हो रहे चुनाव में 12 सीटों...
કાયદામાં રહેશો તો ફાયદામાં રહેશો: સંઘવી@Sandesh News
કાયદામાં રહેશો તો ફાયદામાં રહેશો: સંઘવી@Sandesh News
નવસારી: નેશનલ હાઇવે સર્વિસ રોડ ઉપર એક લક્ઝરી કારમાં લાગી આગ
નવસારી: નેશનલ હાઇવે સર્વિસ રોડ ઉપર એક લક્ઝરી કારમાં લાગી આગ
નવસારી જિલ્લાના ચીખલી તાલુકાની...
Arvinder Singh Lovely Resignation: लवली के इस्तीफे से Congress में हड़कंप, उठ रहे हैं ये सवाल!
Arvinder Singh Lovely Resignation: लवली के इस्तीफे से Congress में हड़कंप, उठ रहे हैं ये सवाल!