চৰাইদেউ জিলা কৃষি বিভাগৰ পৃষ্ঠপোষকতাত মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ সহযোগিতাত আজি 'আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ঘৰে ঘৰে জাতীয় পতাকাৰ লগোৱাৰ বিষয়ে সাধাৰণ ৰাইজক সজাগ কৰোৱা হয় এই নাটৰ জৰিয়তে। লগতে নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা এই নাটখন সফল ৰূপায়নত সহায় কৰে মথুৰাপুৰ আৰক্ষী থানাৰ বিষয়া-কৰ্মচাৰীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া ৰবীন য়েইন, কৃষি উন্নয়ন বিষয়া চৈয়দ মোস্তাইন হুছেইন, প্ৰণৱজীত চেতিয়াকে প্ৰমুখ্যে কৰি বিভাগৰ বিষয়া-কৰ্মচাৰী তথা নিকেতনৰ আচাৰ্য্য। অনুষ্ঠানটোৰ আঁত ধৰে কৃষি বিভাগৰ মিডিয়া বিশেষজ্ঞ অংকৃতা গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રજાપિતા બ્ર્મ્હાકુમારી ઈશ્વરીય તળાજા દ્વારા રક્ષા બંધન સહિતની ઉજવણી કરાઇ
પ્રજાપિતા બ્ર્મ્હાકુમારી ઈશ્વરીય તળાજા દ્વારા રક્ષા બંધન સહિતની ઉજવણી કરાઇ
अभियान के तहत पुलिस ने सात जनों को किया गिरफ्तार
सांगोद, वांछित अपराधियों की धरपकड़ के लिए कोटा रेंज में पुलिस की ओर से संचालित डॉमिनेशन...
KOKILA, B24 ASSAM PORTEL OPENING
কোকিলাৰ বালাৰচৰত ডিজিটেল মাধ্যমত নতুনকৈ সংযোজিত হল B24 ASSAM নামৰ পোৰ্টেলঃ
মুখ্য কাৰ্যালয় মুকলি...