আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই, ২০২২ : বিগত বৰ্ষৰ দৰে এইবেলিও পাণ্ডু সদিলাপুৰস্থিত পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস অলপতে বিদ্যালয় প্ৰাংগনত অতি গাম্ভীৰ্যপূৰ্ণ ভাবে উদযাপন কৰা হয় ৷ পাণ্ডু সদিলাপুৰৰ স্থানীয় ৰাইজ, শিক্ষক - শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উপস্থিতিত বিদ্যালয়ৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ সভাপতি বসন্ত কুমাৰ দাসে । তাৰ পাছত বিদ্যালয়ৰ নৱ নিৰ্মিত স্থায়ী ভৱনৰ (মণিদীপা ভৱন) দ্বাৰ মুকলি কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুন্তী বালা দাসে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য -গীত পৰিবেশন কৰে । অনুষ্ঠানত শিক্ষাকে ধৰি সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা ড° অমল দত্ত পাটগিৰী , ড° পুলকানন্দ দত্তবৰুৱা, অভিজিত শৰ্মা বৰুৱা আৰু দিগন্ত হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়। চমু ভাষণত আটাইকেইজনে শিক্ষাৰ্থী সকলক দিহা পৰামৰ্শ দিয়াৰ উপৰিও বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચામેંઠા ગામની સિમ વિસ્તારોમાંથિ ઈંગ્લીશ દારૂનો મુદ્દામાલ કબ્જે કરતી નસવાડી પોલીસ
ચામેંઠા ગામની સિમ વિસ્તારોમાંથિ ઈંગ્લીશ દારૂનો મુદ્દામાલ કબ્જે કરતી નસવાડી પોલીસ
મળતી માહિતી...
જૂનાગઢના જંગલમાં 'પુષ્પા', 21 ચંદન ચોર ઝડપાયા
જૂનાગઢના જંગલમાં 'પુષ્પા', 21 ચંદન ચોર ઝડપાયા
જુનાગઢના જંગલ વિસ્તારમાંથી ચંદનની ચોરી...
চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে সদৰত সমুহ অসমবাসীলৈ এ জে ৱাই পিৰ শুভেচ্ছা জ্ঞাপন
ধেমাজি,৬ ছেপ্টেম্বৰ: চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে সদৰত সমুহ অসমবাসীলৈ এ জে ৱাই পিৰ...
তিনিচুকীয়াৰ ডুমডুমাৰ দৈদাম চাহ বাগিচাত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন ।
দেওবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত দৈদাম চাহ বাগিচাত এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ...
গেৰেশ্বৰত প্ৰবঞ্চকে সোনৰ আ অলংকাৰ বেগ লুটি নিয়াৰ পিছত গোৰেশ্বৰ আৰক্ষীৰ তদন্ত আৰম্ভ
গেৰেশ্বৰত প্ৰবঞ্চকে সোনৰ আ অলংকাৰ বেগ লুটি নিয়াৰ পিছত গোৰেশ্বৰ আৰক্ষীৰ তদন্ত আৰম্ভ