আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই, ২০২২ : বিগত বৰ্ষৰ দৰে এইবেলিও পাণ্ডু সদিলাপুৰস্থিত পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস অলপতে বিদ্যালয় প্ৰাংগনত অতি গাম্ভীৰ্যপূৰ্ণ ভাবে উদযাপন কৰা হয় ৷ পাণ্ডু সদিলাপুৰৰ স্থানীয় ৰাইজ, শিক্ষক - শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উপস্থিতিত বিদ্যালয়ৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ সভাপতি বসন্ত কুমাৰ দাসে । তাৰ পাছত বিদ্যালয়ৰ নৱ নিৰ্মিত স্থায়ী ভৱনৰ (মণিদীপা ভৱন) দ্বাৰ মুকলি কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুন্তী বালা দাসে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য -গীত পৰিবেশন কৰে । অনুষ্ঠানত শিক্ষাকে ধৰি সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা ড° অমল দত্ত পাটগিৰী , ড° পুলকানন্দ দত্তবৰুৱা, অভিজিত শৰ্মা বৰুৱা আৰু দিগন্ত হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়। চমু ভাষণত আটাইকেইজনে শিক্ষাৰ্থী সকলক দিহা পৰামৰ্শ দিয়াৰ উপৰিও বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिल्ली: अलीपुर में गिरी गोदाम की दीवार, अब तक छह की मौत, कई लोगों के फंसे होने की आशंका
दिल्ली में एक बड़ा हादसा हो गया है। अलीपुर इलाके में एक निर्माणाधीन गोदाम की दीवार शुक्रवार को...
6 Foods to Lose Stubborn Fat | Lose Belly Fat Fast | Yatinder Singh
6 Foods to Lose Stubborn Fat | Lose Belly Fat Fast | Yatinder Singh
कांग्रेस नेता प्रियांक खड़गे ने की BJP की आलोचना, कहा- येदियुरप्पा को रिटायरमेंट के लिए किया मजबूर
नई दिल्ली। कर्नाटक कांग्रेस के नेता प्रियांक खड़गे ने शुक्रवार को...
PM Modi Unveils 9,500 Kg National Emblem On The New Parliament Building
AZIR KHOBOR, NEW DELHI, 12TH JULY, 2022 : Prime Minister Narendra Modi on Monday unveiled the...