গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বৰচাপৰিত আজি এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰিবলৈ যাওতে অজগৰটোৱে দংশন কৰিলে দুজন লোকক। জানিব পৰা মতে কমাৰগাঁৱৰ কৃষক তুলসী ফুকনে বৰচাপৰিত থকা কৃষি পাৰ্মত কাম কৰি থকা অৱস্থাত এটা প্ৰকাণ্ড অজগৰ প্ৰত্যক্ষ কৰি স্থানীয় যুৱক দেৱজিত ফুকনৰ সহযোগত উদ্ধাৰ কৰিবলৈ লওঁতে অজগৰটোৱে দুয়োজনকে দংশন কৰে। অৱশ্যে সাহসী দুইজন লোকে আজৰগটোক উদ্ধাৰ কৰি নুমলীগড় বন বিভাগক চমজাই দিয়ে। অজগৰে দংশন কৰাত লোক দুজনে চিকিৎসকৰ পৰামৰ্শ লয় আৰু বৰ্তমান সুস্থ হৈ আছে বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে সদৰত সমুহ অসমবাসীলৈ এ জে ৱাই পিৰ শুভেচ্ছা জ্ঞাপন
ধেমাজি,৬ ছেপ্টেম্বৰ: চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে সদৰত সমুহ অসমবাসীলৈ এ জে ৱাই পিৰ...
અબકી બાર ૪૦૦ પાર પ્રચાર નો માહોલ ભાજપ તરફી ભાજપ પ્રમુખ અને કાર્યકર્તાઓ ની મહેનત રંગ લાવશે
વોર્ડ નંબર 3 માં બીજેપી સરકાર નો પ્રચાર
અબકી બાર 400 ની પાર ખેડબ્રહ્મા શહેર વોર્ડ નંબર 6...
Mahindra Xuv300: महिंद्रा कर रही Xuv300 के फेसलिफ्ट वर्जन को लॉन्च करने की तैयारी
एसयूवी बनाने वाली भारत की प्रमुख वाहन निर्माता Mahindra की ओर से XUV300 के फेसलिफ्ट वेरिएंट को...
টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি তুংগত।
উখল মাখল পৰিবেশ টিংখাং মহাবিদ্যালয়ৰ চৌদিশ । বৃহস্পতি বাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব...
लोगों को सता रहा AI का डर, भविष्य में बढ़ेंगे फिशिंग और मैलवेयर से जुड़े मामले?
सर्वे में 93 फीसदी ऐसे लोग हैं जिन्होंने माना है कि भविष्य में एआई व जेन एआई तकनीक लोगों के लिए...