গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বৰচাপৰিত আজি এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰিবলৈ যাওতে অজগৰটোৱে দংশন কৰিলে দুজন লোকক। জানিব পৰা মতে কমাৰগাঁৱৰ কৃষক তুলসী ফুকনে বৰচাপৰিত থকা কৃষি পাৰ্মত কাম কৰি থকা অৱস্থাত এটা প্ৰকাণ্ড অজগৰ প্ৰত্যক্ষ কৰি স্থানীয় যুৱক দেৱজিত ফুকনৰ সহযোগত উদ্ধাৰ কৰিবলৈ লওঁতে অজগৰটোৱে দুয়োজনকে দংশন কৰে। অৱশ্যে সাহসী দুইজন লোকে আজৰগটোক উদ্ধাৰ কৰি নুমলীগড় বন বিভাগক চমজাই দিয়ে। অজগৰে দংশন কৰাত লোক দুজনে চিকিৎসকৰ পৰামৰ্শ লয় আৰু বৰ্তমান সুস্থ হৈ আছে বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વલભીપુર શહેર અને ગ્રામ્યના લઈને આજે એક થી દોઢ ઇંચ જેટલો વરસાદ વરસ્યો હતો
વલભીપુર શહેર અને ગ્રામ્યના લઈને આજે એક થી દોઢ ઇંચ જેટલો વરસાદ વરસ્યો હતો
Breaking News: गैस सिलेंडर में आज से हुआ बड़ा बदलाव | Aaj Tak | Latest News Hindi
Breaking News: गैस सिलेंडर में आज से हुआ बड़ा बदलाव | Aaj Tak | Latest News Hindi
બાલાસિનોર અમદાવાદ રોડ પર ઠગ ટોળકી સક્રિય... જુઓ વૉઈઝ ઑફ મહીસાગર ન્યુઝ
બાલાસિનોર અમદાવાદ રોડ પર ઠગ ટોળકી સક્રિય... જુઓ વૉઈઝ ઑફ મહીસાગર ન્યુઝ
દેવગઢબારિયા તાલુકાના ઝાપટિયા સેવનિયા ગામે રાત્રિ સભા યોજાઈ
દેવગઢબારિયા તાલુકાના ઝાપટિયા સેવનિયા ગામે રાત્રિ સભા યોજાઈ