মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ছহীদ তিলক- হেমৰাম-গুনাভিৰাম অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হয় এক ৰক্তদান শিবিৰ । পুৱা অনুষ্ঠিত ৰক্তদান শিবিৰৰ শুভাৰম্ভ কৰি উপায়ুক্ত দেবাশীষ শৰ্মাই মৰিগাঁও চিভিল হস্পিতালস্থিত জিলাখনৰ একমাত্ৰ ৰক্তভাণ্ডাৰটো উন্নত কৰাৰ প্ৰচেষ্টা লোৱা হ'ব বুলি কয়। আজিৰ ৰক্তদান শিবিৰত ৰেডক্ৰছ চচাইটী, স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু স্বাস্থ্যকৰ্মীয়েও ৰক্তদান কৰে। সমগ্ৰ ৰক্তদান শিবিৰৰ তদাৰক মৰিগাঁও চিভিল হস্পিতালৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ অৰুণ নাথে ৰাইজক ৰক্তদানৰ দৰে মহান দান কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NewsClick को China ने करोड़ों रुपए दिए? Delhi Police Raids Journalists | Abhisar Sharma | LT Show
NewsClick को China ने करोड़ों रुपए दिए? Delhi Police Raids Journalists | Abhisar Sharma | LT Show
BAGVADAR બરડા પંથકમાં વિધાનસભાની ચૂંટણીને લઈને પોલીસનું ફૂટ પેટ્રોલીંગ 11 11 2022
BAGVADAR બરડા પંથકમાં વિધાનસભાની ચૂંટણીને લઈને પોલીસનું ફૂટ પેટ્રોલીંગ 11 11 2022
સુપ્રસિદ્ધિ યાત્રાધામ પાવાગઢ ખાતે શ્રીકૃષ્ણ જન્મોત્સવના પાવન પર્વ જન્માષ્ટમીની હજારો શ્રદ્ધાળુ માઈ ભક્તોની હાજરીમાં ઉજવણી કરાઈ.
ભગવાન શ્રીકૃષ્ણના જન્મોત્સવના પાવન પર્વ જન્માષ્ટમીની આજરોજ સમગ્ર દેશભર સહિત ગુજરાત તેમજ હાલોલ...
বিশ্বনাথৰ সখী এক্সপ্ৰেছ আঁচনিৰ সৈতে জড়িত সামূহিক কৰ্মীসকল তথা মহিলা সকলক ১৯৭ খন স্কুটি বিতৰণ।
আজি বিশ্বনাথৰ হিমালয় ভৱনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়িত সখী এক্সপ্ৰেছ ২০২১-২২...
ભિલોડાની સેન્ટ ઝેવિયર્સ સ્કૂલમાં એશિયન ગેમ્સ 1982 ના 800 મીટર દોડના ગોલ્ડ મેડાલિસ્ટ ચાર્લ્સ બોરોમી
ભિલોડાની સેન્ટ ઝેવિયર્સ સ્કૂલમાં એશિયન ગેમ્સ 1982 ના 800 મીટર દોડના ગોલ્ડ મેડાલિસ્ટ ચાર્લ્સ બોરોમી