মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ছহীদ তিলক- হেমৰাম-গুনাভিৰাম অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হয় এক ৰক্তদান শিবিৰ । পুৱা অনুষ্ঠিত ৰক্তদান শিবিৰৰ শুভাৰম্ভ কৰি উপায়ুক্ত দেবাশীষ শৰ্মাই মৰিগাঁও চিভিল হস্পিতালস্থিত জিলাখনৰ একমাত্ৰ ৰক্তভাণ্ডাৰটো উন্নত কৰাৰ প্ৰচেষ্টা লোৱা হ'ব বুলি কয়। আজিৰ ৰক্তদান শিবিৰত ৰেডক্ৰছ চচাইটী, স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু স্বাস্থ্যকৰ্মীয়েও ৰক্তদান কৰে। সমগ্ৰ ৰক্তদান শিবিৰৰ তদাৰক মৰিগাঁও চিভিল হস্পিতালৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ অৰুণ নাথে ৰাইজক ৰক্তদানৰ দৰে মহান দান কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अंबाबाई च्या नावानं चक्क काचावर नाचताना पाहुन अंगावर काटा आल्याशिवाय राहणार नाही व्हिडिओ नक्की पहा
अंबाबाई च्या नावानं चक्क काचावर नाचताना पाहुन अंगावर काटा आल्याशिवाय राहणार नाही व्हिडिओ नक्की पहा
राष्ट्रपति पुरस्कार प्राप्त सेवानिवृत्त प्रधान शिक्षयत्री कदमी बोरा (माजन) का देहांत
राष्ट्रपति पुरस्कार प्राप्त सेवानिवृत्त प्रधान शिक्षयत्री कदमी बोरा का देहांत,विभिन्न दल संगठनों...
ભારતનો ત્રિરંગો વિદેશમાં સૌપ્રથમ ઓસ્ટ્રેલિયાના કેનબેરા માં ફરકાવવામાં આવ્યો હતો.
ભારતનો ત્રિરંગો વિદેશમાં સૌ પ્રથમ ઓસ્ટ્રેલિયાના કેનબેરામાં ફરકાવવામાં આવ્યો હતો
અમરેલી તા.૦૮...
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News
Experts’ Morning Top Calls: आज के सत्र से पहले इन Stocks पर Experts Bullish | Business News