গোলাঘাট বাটা পইণ্টত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত গোলাঘাটত গছ কটাৰ প্ৰতিবাদত মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিমূৰ্ত্তি দাহ l গোলাঘাট নগৰৰ মাজমজিয়া স্থিত বাতা পইণ্টত আজি গোলাঘাট ত চলি থকা বন ধ্বংসৰ প্ৰতিবাদত গোলাঘাট সমষ্টিৰ বিধায়িকা তথা অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিমূৰ্ত্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l l অজন্তা নেওগ মুৰ্দাবাদ,গছ কটা বন্ধ কৰক,পৌৰসভা হুচিয়াৰ আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী l শীঘ্ৰে যদি প্ৰশাসনে গোলাঘাট ত গছ কটা কাৰ্য্য বন্ধ নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদ কাৰী সকলে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দীপান্বিতাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ! বৃদ্ধি হ’ল গৃহৰক্ষী বাহিনী জোৱানৰ দৈনিক ভাট্টা
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ গৃহ বিভাগে গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ...
અમદાવાદ: સરખેજ પોલીસે નકલી ઈંગ્લીશ દારુ બનાવવાની મીની ફેક્ટરી ઝડપી
અમદાવાદ: સરખેજ પોલીસે નકલી ઈંગ્લીશ દારુ બનાવવાની મીની ફેક્ટરી ઝડપી
समय रहते मनोरोग की पहचान हो तो सम्पूर्ण उपचार संभव : डॉ. नीना विजयवर्गीय
समय रहते मनोरोग की पहचान हो तो सम्पूर्ण उपचार संभव : डॉ. नीना विजयवर्गीय
- डॉक्टर्स...
ગણેશ ચતૂર્થીના પાવન અવસરે હનુમંત હોસ્પિટલ ખાતે ભવ્ય ગણેશ ઉત્સવના ઉજવામાં આવ્યો
ગણેશ ચતૂર્થીના પાવન અવસરે હનુમંત હોસ્પિટલ ખાતે ભવ્ય ગણેશ ઉત્સવના ઉજવામાં આવ્યો