মাজুলী জিলা জলসম্পদ বিভাগৰ অতিথি কক্ষত মাজুলীৰ বিধায়ক ভূৱন গাম গৰকাপ্তানি পথ সংমণ্ডলৰ অভিযন্তা বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰ সকলৰ মাজত এখনি সভা অনুষ্ঠিত কৰে বিধায়ক গৰাকীয়ে।
মাজুলীৰ পথ নিৰ্মাণ কাম সমূহৰ পৰ্যবেক্ষণ কে ধৰি বিভিন্ন দিশত ঠিকাদাৰ সকলৰ লগত আলোচনা কৰে বিধায়ক গৰাকীয়ে।
 
  
  
  
  
   
  