নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ৰামপুৰৰ পৰা নিমুৰী হৈ শিমলুগুৰিৰ সংযোগী গড়কাপ্তানী পথটোৰে যাতায়তৰ দুৰৱস্থাৰ পাছত চৰকাৰে কোনো ব্যৱস্থা নকৰাৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ পুখুৰীসদৃশ প্ৰকাণ্ড গাঁত আৰু জৰাজীৰ্ণ পথটোৰে বিপদসংকুল যাত্ৰাৰ ওৰ বিচাৰি স্থানীয় ৰাইজে পথটোৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য পথটোত বিভিন্ন সময়ত দূৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ পথছোৱা অতি শীঘ্ৰে মেৰামতি নকৰিলে ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাটো নিশ্চিত হৈ পৰাত শীঘ্ৰে মেৰামতি কৰিবৰ বাবে প্ৰতিবাদী ৰাইজে দাবী জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના સમશેરપુરા નજીક ટ્રક અને ઇકો ગાડી વચ્ચે અકસ્માત સર્જાતાં 3 વ્યક્તિઓ ઘાયલ
ડીસા-થરાદ રોડ પર મોડી રાત્રે ઇકો અને ટ્રક વચ્ચે અકસ્માત સર્જાયો હોવાની ઘટના સામે આવી હતી. જેમાં...
नीतीश-ममता-अखिलेश मुलाकात से अब बढ़ेगी विपक्षी एकता की पहल, नेतृत्व के मसले पर बाद में होगी चर्चा
नई दिल्ली। बिहार के मुख्यमंत्री नीतीश कुमार की बंगाल की सीएम और तृणमूल कांग्रेस की प्रमुख...
Kisan Andolan 2024 : प्रदर्शनकारी किसानों पर दागे गए आंसू गैस के गोले | Sambhu Border | Punnjab
Kisan Andolan 2024 : प्रदर्शनकारी किसानों पर दागे गए आंसू गैस के गोले | Sambhu Border | Punnjab
गणेश पाटील बोथे यांना राज्यस्तरीय आदर्श कार्यगौरव समाजरत्न पुरस्कार जाहीर
शेलुबाजार येथुन जवळच असलेले गोगरी गाव येथील युवा लेखक तथा सामाजिक कार्यकर्ते गणेश नारायणराव बोथे...