নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ৰামপুৰৰ পৰা নিমুৰী হৈ শিমলুগুৰিৰ সংযোগী গড়কাপ্তানী পথটোৰে যাতায়তৰ দুৰৱস্থাৰ পাছত চৰকাৰে কোনো ব্যৱস্থা নকৰাৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ পুখুৰীসদৃশ প্ৰকাণ্ড গাঁত আৰু জৰাজীৰ্ণ পথটোৰে বিপদসংকুল যাত্ৰাৰ ওৰ বিচাৰি স্থানীয় ৰাইজে পথটোৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য পথটোত বিভিন্ন সময়ত দূৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ পথছোৱা অতি শীঘ্ৰে মেৰামতি নকৰিলে ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাটো নিশ্চিত হৈ পৰাত শীঘ্ৰে মেৰামতি কৰিবৰ বাবে প্ৰতিবাদী ৰাইজে দাবী জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બે યુવાનો એક પણ રૂપિયા વગર સાયકલ લઈ નીકળ્યા ભારત યાત્રા પર યાત્રા પૂર્ણ કર્યા બાદ યાત્રા ઉપર લખશે પુસ્તક
આજ ના યુગ માં યુવાનો કંઈ ને કંઈ અલગ કરતા જોવા મળે છે .એમાં પણ જો ભારત ના યુવાનો ની વાત કરવામાં...
कृष्ण सुदामा संवाद सुन भाव विभोर हुए श्रोता, भागवत कथा का हुआ समापन , सनातन महाराज ने दिलवाया धर्म रक्षा का संकल्प ।
बालोतरा में सात दिवसीय भागवत कथा का रविवार को पूर्णाहुति के साथ समापन हुआ।
गौ सेवा के उद्देश्य से...
Sharad Pawar EXCLUSIVE: शरद पवार ने बताया महाराष्ट्र चुनाव को लेकर क्या है उनकी रणनीति | Maharashtra
Sharad Pawar EXCLUSIVE: शरद पवार ने बताया महाराष्ट्र चुनाव को लेकर क्या है उनकी रणनीति | Maharashtra
ભાભર તાલુકાના ૧૯ બુથોની મામલતદારે મુલાકાત લીધી..
ભાભર તાલુકાના ૧૯ બુથોની મામલતદારે મુલાકાત લીધી..