৮ অক্টোবৰত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমৃত শ্বাহ। দুই গৰাকী কেন্দ্ৰীয় নেতাক আদৰিবলৈ ৰাজ্যিক বিজেপিয়ে তৎপৰতা আৰম্ভ কৰিছে। দুই নেতাৰ আগমনৰ আগমুহূৰ্তত আজি মৰাণৰ মন্দাকিনী হোটেলত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত অনুষ্ঠিত হ'ল মৰাণ বিধানসভা সমষ্টিৰ লৰুৱা আৰু খোৱাঙ মণ্ডল বিজেপিৰ নেতা কৰ্মীৰ মাজত সাংগঠনিক সভা । মৰাণৰ পৰা কেনেকৈ কিমান কৰ্মীক ৮ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত সভালৈ নিয়া হ'ব সেই সম্পৰ্কত আজি আলোচনা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજાના પાદરગઢ ગામેથી ઇંગ્લિશ દારૂના જથ્થા સાથે એક ઈસમ ઝડપાયો
તળાજા તાલુકાના પાદરગઢ ગામે સીમાડે આવેલ વાડીમાં ક્રાઈમ બ્રાંચે દરોડો પાડી વિદેશી દારૂની ૧૫૪ બોટલ...
দেৰগাওঁ আৰক্ষী থানা গাওৰক্ষী বাহিনীৰ প্ৰশংসনীয় পদক্ষেও দেৰগাও আৰক্ষী থানা গাওৰক্ষী বাহিনীৰ প্ৰশংসনীয়
দেৰগাওঁ আৰক্ষী থানা গাওৰক্ষী বাহিনীৰ প্ৰশংসনীয় পদক্ষেও ।
দেৰগাও আৰক্ষী থানা গাওৰক্ষী...
গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আৰু ভূমি পূজন
গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আৰু ভূমি পূজন।
অনুষ্ঠানত বন্তি প্ৰজ্বলন...
સુરેન્દ્રનગર: ચોટીલા-થાનગઢ રોડ પરથી ગેરકાયદે રેતી વહન કરતા 3 ટેકટર ટોલી તંત્રએ કબ્જે કર્યો
સુરેન્દ્રનગર: ચોટીલા-થાનગઢ રોડ પરથી ગેરકાયદે રેતી વહન કરતા 3 ટેકટર ટોલી તંત્રએ કબ્જે કર્યો
વાડજમાં ખુલ્લી તલવારો લઈને આવેલા સાત લોકોએ ગલ્લો કેમ ખુલ્લો રાખ્યો છે કહી યુવક પર હુમલો કર્યો
અમદાવાદ
ગુનેગારોને હવે પોલીસનો કોઈ ડર રહ્યો નથી. શહેરના વાડજ વિસ્તારમાં કેટલાક...