৮ অক্টোবৰত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমৃত শ্বাহ। দুই গৰাকী কেন্দ্ৰীয় নেতাক আদৰিবলৈ ৰাজ্যিক বিজেপিয়ে তৎপৰতা আৰম্ভ কৰিছে। দুই নেতাৰ আগমনৰ আগমুহূৰ্তত আজি মৰাণৰ মন্দাকিনী হোটেলত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত অনুষ্ঠিত হ'ল মৰাণ বিধানসভা সমষ্টিৰ লৰুৱা আৰু খোৱাঙ মণ্ডল বিজেপিৰ নেতা কৰ্মীৰ মাজত সাংগঠনিক সভা । মৰাণৰ পৰা কেনেকৈ কিমান কৰ্মীক ৮ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত সভালৈ নিয়া হ'ব সেই সম্পৰ্কত আজি আলোচনা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বঙাইগাঁও ৰেল ষ্টেশ্যনত ভয়ংকৰ ঘটনা; শ্ৰমিকৰ ওপৰত সৰি পৰিল নিৰ্মীয়মান প্লেটফৰ্মৰ চালি
বঙাইগাঁও ৰেইল ষ্টেশ্যনত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কৰ্মৰত শ্ৰমিকৰ গাত নিৰ্মীয়মান প্লেটফৰ্মৰ চালি...
নাৰায়ণপুৰ শাখা সাহিত্য সভা ভৱনৰ শিলান্যাস
নাৰায়ণপুৰ শাখা সাহিত্য সভা ভৱনৰ শিলান্যাস
भरधाव वाहनाने पादचाऱ्यास चिरडले; मृतदेह छिन्नविच्छिन्न झाल्याने ओळख पटेना
बीड (प्रतिनिधी) अज्ञात वाहनाने धडक दिल्याने पादचारी व्यक्तीचा जागीच मृत्यू झाला. ही घटना धुळे -...
ગાયત્રી ફાઉન્ડેશન દ્રારા કોરોના યોધ્ધા પરવેજ સુમરાનુ કરાયુ સન્માન
ગાયત્રી ફાઉન્ડેશન દ્રારા કોરોના યોધ્ધા પરવેજ સુમરાનુ કરાયુ સન્માન
US: न्यूयार्क में मोदी के मेगा इवेंट में भाग ले सकते हैं 24 हजार भारतवंशी, 26 सितंबर को प्रधानमंत्री करेंगे संबोधित
न्यूयार्क। अगले महीने अमेरिका में होने वाले एक मेगा कम्युनिटी इवेंट को प्रधानमंत्री नरेन्द्र...