প্ৰথমটো সংহাৰী বানত বিধ্বস্ত হৈ কঁকাল পোণাব নৌপাওঁতেই আকৌ বানত ডুবিব ধৰিছে চেঙেলীয়াঝাৰৰ আশ-পাশৰ বিভিন্ন গাঁও। বিগত ১৬ জুনত ননৈ নদীৰ বাঢ়নী পানীয়ে পাঁচ ঠাইত চিঙিছিল মথাউৰি। ইয়াৰে কুমাৰপাৰাত চিঙা অংশৰে ওলোৱা নদীৰ বাঢ়নী পানীয়ে তচ্ নচ্ কৰিছিল কুমাৰপাৰা, দুৱৰীপাৰা, ঘোপেলী আদি গাওঁসমূহ। জনজীৱনৰ বিস্তৰ ক্ষতিৰ পিচত পানী শুকাইছিল যদিও যোৱা নিশাৰ পৰা ননৈৰ পানী বাঢ়িব ধৰাত পুণৰ প্লাৱিত হ'বলৈ আৰম্ভ কৰিছে উক্ত অঞ্চলসমূহ। কিয়নো মথাউৰিৰ ভগ্ন অংশটো সময়মতে মেৰামতি নহ'ল। পুণৰ আন এক বিভীষিকাৰ আশংকাৰ মুখামুখি হৈছে ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  লাকুৱা চোমনী গাঁও উদয়ন সংঘৰ সভাগৃহত অভিনন্দন অনুষ্ঠান । 
 
                      লাকুৱা ৰাজগড় প্ৰগতি জেষ্ট নাগৰিক সন্মিলনৰ উদ্যোগত চোমনী  গাঁও উদয়ন সংঘৰ সভাগৃহত আয়োজন কৰা হয়...
                  
   बालोतरा जिले में जेरला रोड स्थित बाड़मेर डिपो की रोडवेज अनुबंधित बस की टक्कर से राह चलते एक राहगीर को कुचलने से हुई दर्दनाक मौत । 
 
                      बालोतरा जिले में जेरला रोड स्थित बाड़मेर डिपो की रोडवेज अनुबंधित बस की टक्कर से राह चलते एक...
                  
   امد ار پردیپ جيسوال اور سنجے سرساٹ کے بیٹے اور راجندر چنجڑ۔ 
 
                      امد ار پردیپ جيسوال اور سنجے سرساٹ کے بیٹے اور راجندر چنجڑ۔
                  
   गैंगस्टरों पर नकेल कसने में  पूर्णतय असफल रही पंजाब सरकार: तरुण चुग 
 
                      भाजपा के राष्ट्रीय महासचिव तरुण चुग ने कहा है कि पंजाब सरकार गैंगस्टरों पर नकेल कसने में बुरी तरह...
                  
   ‘अब हम कभी बेसमेंट में काम नहीं करेंगे', विकास दिव्यकीर्ति ने मांगी माफी 
 
                      दिल्ली के प्रख्यात कोचिंग संस्थान दृष्टि IAS के मालिक डॉक्टर विकास दिव्यकीर्ति ने ओल्ड राजिंदर...
                  
   
  
  
   
   
  