শাৰদীয় দুৰ্গাপূজাৰ প্ৰাকক্ষণত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। পুঁজিপতি বনিকগোষ্ঠীৰ অধীনত থকা চাহ উদ্যোগত কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণ নকৰাত প্ৰতিদিনেই লোকচানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। আনহাতে উচিত মূল্য নোপোৱাত বহু সংখ্যক চাহ খেতিয়কে কেঁচা চাহপাত পেলায় দিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক সকাহ দিয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તારાપુર પ્રજાપિતા બ્રહ્માકુમારી સેવાકેન્દ્ર ખાતે બ્લડ ડોનેશન કેમ્પ યોજાયો
તારાપુર પ્રજાપિતા બ્રહ્માકુમારી સેવાકેન્દ્ર ખાતે ઇન્ડિયન રેડક્રોસ સોસાયટી દ્વારા બ્લડ ડોનેશન...
राज्यात व केंद्रात भाजपची सत्ता असल्याने विकासासाठी ग्रामपंचायतीत सत्ता येणे गरजेचे: ॲड. दीपक पटवर्धन
रत्नागिरी : पोमेंडी बुद्रुक ग्रामपंचायतची पंचवार्षिक सार्वत्रिक निवडणूक 16 ऑक्टोबर 2022 रोजी थेट...
દાતાતાલુકાની નાની કુવારસી પ્રાથમિક શાળામાં દાતાઓ દ્વારા આદિવાસી વિદ્યાર્થીઓને બુટ મુંજાનું વિતરણ
દાતાતાલુકાની નાની કુવારસી પ્રાથમિક શાળામાં દાતાઓ દ્વારા આદિવાસી વિદ્યાર્થીઓને બુટ મુંજાનું વિતરણ
कोटा में आबकारी ने पकड़ी नकली शराब की खेप:सूने मकान के कमरे में छिपाए थे 67 कार्टन, उत्तर प्रदेश के होलोग्राम लगे थे
कोटा और बूंदी जिले की आबकारी विभाग के 20 लोगो की टीम ने संयुक्त कार्रवाई करते हुए अल्फा नगर के...