খাৰুপেটীয়া ৰাইজক এটা সুখবৰ দিলে দলগাঁও ৰ বিধায়ক মাজিবুৰ রহমান নে । বিধায়ক রহমানে Assam Urban Water Supply & Sewerage Board ৰ মুখ্য অভিযন্তা লগত খাৰুপেটীয়া পানী যোগান আঁচনি প্ৰকল্প পৰিদৰ্শন কৰি কৈ আঁচনি কাৰ্য সম্পূৰ্ণ হোৱা পথ ত আৰু কিছু দিনৰ ভিতৰত ৰাইজে বিশুদ্ধ খোৱা পানী পাব । উল্লেখনীয় যে বৰ্ষ ২০১২ ত তৎকালীন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া আৰম্ভ কৰা প্ৰকল্প পাছৰ ৰাজনৈতিক ঘূৰণীয়া মেৰ পেছ ত ঘূৰি আঁচনি ভূত বাংলা ত পৰিনত হৈছিল । পাছত দলগাঁও বিধায়ক মাজিবুৰ রহমান ৰ বলিষ্ঠ ভূমিকা আৰু সদনত বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰা কেন্দ্ৰ কৰি প্ৰকল্প কাৰ্য পুনঃ আৰম্ভ হল আৰু কিছু দিনৰ ভিতৰত ৰাইজে বিশুধ খোৱা পানী পাব বুলি আশাবাদী।