অগ্নিপথ আঁচনিৰ জৰিয়তে দেশমাতৃক সেৱা কৰাৰ উদ্দেশ্য আগত ৰাখি ছিপাঝাৰৰ হাজৰিকাপাৰাত নিতৌ অনুশীলনত ব্যস্ত হৈ পৰিছে স্হানীয় যূৱক যূৱতী সকল।হাজৰিকাপাৰা ৰাইজিং ক্লাবৰ উদ্যোগত প্ৰতিদিনেই অঞ্চলটোৰ যুৱক যুৱতী সকল ব্যস্ত হৈ পৰিছে কঠোৰ শাৰীৰিক অনুশীলনত।সেনাবাহিনীত নিযুক্ত লোকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত দৰঙৰ আৰক্ষী অধীক্ষক, ছিপাঝাৰৰ বিধায়ক আদিয়েও ৰাইজিং ক্লাবক সহযোগিতা আগবঢ়াইছে।উল্লেখযোগ্য যে ৰাইজিং ক্লাবে ইয়াৰ পূৰ্বেও আয়োজন কৰা এনে অনুষ্ঠানৰ জৰিয়তে বহু সংখ্যক যূৱক যুৱতীয়ে প্ৰতিৰক্ষা বিভাগত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BJP के सीनियर नेता लालकृष्ण आडवाणी AIIMS से डिस्चार्ज, तबीयत बिगड़ने पर कराया गया था भर्ती।
भारत के पूर्व उपप्रधानमंत्री और बीजेपी के वरिष्ठ नेता लालकृष्ण आडवाणी की तबीयत बिगड़ने के बाद...
পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই, ২০২২ : বিগত বৰ্ষৰ দৰে এইবেলিও পাণ্ডু সদিলাপুৰস্থিত পশ্চিম গুৱাহাটী...
भीलवाड़ा में पार्षद के पति को चाकू घोंपा,आगजनी और पत्थरबाजी:भीड़ ने एंबुलेंस सहित तीन कारों को फूंका, सुबह 4 बजे तक बवाल
भीलवाड़ा शहर के भीमगंज थाना क्षेत्र में गुरुवार रात 10:30 बजे करीब 30-40 लोगों ने कहासुनी...