শিৱসাগৰত আকৌ হানি ট্ৰেপিং চক্ৰ | গ্ৰেপ্তাৰ এজন

হানি ট্ৰেপিং চক্ৰৰে জড়িত এজনক গ্ৰেপ্তাৰ। গৌৰিসাগৰত গ্ৰেপ্তাৰ দিগন্ত দাসক । ২০২১ চনৰ ১৯ ডিচেম্বৰত হানি ট্ৰেপিং কৰিছিল দিগন্তই । ২০২২ ৰ ২২ এপ্ৰিলটো ধন দাবীৰ অভিযোগ। যোৱা মে'মাহত হানি ট্ৰেপিং চক্ৰটোৰ দুজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পলাই ফুৰিছিল দিগন্ত দাস । অঞ্জন কুমাৰ ৰয়ক কৰিছিল ধন দাবী। অঞ্জন ৰয়ে ৰুজু কৰা ১৯৭/২০২২ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ দিগন্ত।