হাজো বিধানসভাৰ কঞাঁ বৰপূল্লা গাওঁ পঞ্চায়তৰ অন্তৰ্গত দৈচপৰা গাওঁৰ পথচোৱা বৰ্তমান বোকা পানীৰে একাকাৰ হৈ কদৰ্যময় পৰিবেশৰ সৃষ্টি হৈছে৷বানে গৰকা উক্ত পথচোৱা বৰ্তমান মৰোৱা কমলপুৰ গড়কাপ্তানি পথৰ বিকল্প পথ হিচাবে ব্যৱহৃত হৈ আছে৷যিহেতু মৰোৱা কমলপুৰ পথৰ এটি কালভাৰ্ট বানে উটুৱাই নি পথটোৰে যোগাযোগ বিচিন্ন কৰিছে৷সেয়েহে উক্ত পথটোকে বিকল্প পথ হিচাবে ৰাইজে ব্যৱহাৰ কৰি আছে৷সেয়েহে ৰাইজে দৈচপৰা পথটো যাতায়তৰ উপযোগী কৰাৰ বাবে জনপ্ৰতিনিধি তথা লোক নিৰ্মাণ বিভাগক দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તા .૧૮ / ૦૯ / ૨૦૨૨ સુઇગામ પો.સ્ટે.ના બળાત્કાર તથા પોક્સો એક્ટના ગુનામાં નાસતા ફરતા તહોદારને પકડી પાડતી રાધનપુર પોલીસ
તા .૧૮ / ૦૯ / ૨૦૨૨ સુઇગામ પો.સ્ટે.ના બળાત્કાર તથા પોક્સો એક્ટના ગુનામાં નાસતા ફરતા તહોદારને પકડી...
બનાસકાંઠા આમ આદમી પાર્ટી ને વધુ એક ફટકો..
ગુજરાત આમ આદમી પાર્ટીને વધું એક ફટકો. બનાસકાંઠા જિલ્લા મહામંત્રી મુકેશભાઈ ઠક્કરે આપ્યું...
केरन टेक्नॉलॉजी यांच्या सहकार्याने आपल्या शेतामध्ये आधुनिक तंत्रज्ञान वापरून मकेचे दर्जेदार पीक
माळशिरस तालुक्यातील मगराचे निमगाव येथील शेतकरी जगन्नाथ तोरणे यांनी केरन टेक्नॉलॉजी यांच्या...
নাৰায়ণপুৰত কৃষি বিভাগৰ দ্বাৰা সিঁচা হয় ধানৰ বীজ
বিগত এটা পষেক পূৰ্ৱে সৃষ্টি হোৱা প্ৰলয়ংকৰী বানে নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত গৰিষ্ঠসংখ্যক কৃষকৰ...
પાલનપુરના આકેસણ ગામના લોકો પહોંચ્યા કલેકટર કચેરીએ...
પાલનપુરના આકેસણ ગામના લોકો પહોંચ્યા કલેકટર કચેરીએ...