হাজো বিধানসভাৰ কঞাঁ বৰপূল্লা গাওঁ পঞ্চায়তৰ অন্তৰ্গত দৈচপৰা গাওঁৰ পথচোৱা বৰ্তমান বোকা পানীৰে একাকাৰ হৈ কদৰ্যময় পৰিবেশৰ সৃষ্টি হৈছে৷বানে গৰকা উক্ত পথচোৱা বৰ্তমান মৰোৱা কমলপুৰ গড়কাপ্তানি পথৰ বিকল্প পথ হিচাবে ব্যৱহৃত হৈ আছে৷যিহেতু মৰোৱা কমলপুৰ পথৰ এটি কালভাৰ্ট বানে উটুৱাই নি পথটোৰে যোগাযোগ বিচিন্ন কৰিছে৷সেয়েহে উক্ত পথটোকে বিকল্প পথ হিচাবে ৰাইজে ব্যৱহাৰ কৰি আছে৷সেয়েহে ৰাইজে দৈচপৰা পথটো যাতায়তৰ উপযোগী কৰাৰ বাবে জনপ্ৰতিনিধি তথা লোক নিৰ্মাণ বিভাগক দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાબરકાંઠા: ઈડરના ઓડા ગામની કોલેજીયન યુવતીનો એસિડ પીને આપઘાતની ઘટના
સાબરકાંઠા: ઈડરના ઓડા ગામની કોલેજીયન યુવતીનો એસિડ પીને આપઘાતની ઘટના
Ayushman Bharat Yojana: एक परिवार में कितने लोग बनवा सकते हैं आयुष्मान कार्ड? सरकार ने बताया सबकुछ
नई दिल्ली। Ayushman Bharat Yojana। प्रधानमंत्री नरेंद्र मोदी की अध्यक्षता में हुई बैठक में...
12 MIN TABATA HIIT WORKOUT (Intermediate) Full Body Home Workout, No Equipment, With Tabata Songs!
12 MIN TABATA HIIT WORKOUT (Intermediate) Full Body Home Workout, No Equipment, With Tabata Songs!
বিদ্যালয়ৰ চৌহদত মুক্ত টেন্সফমাৰ
বিদ্যালয়ৰ চৌহদত মুক্ত টেন্সফমাৰ