#মঙ্গলদৈত উপস্থিত জনপ্ৰিয় ইউটিবাৰ ডিম্পু বৰুৱা।

উদ্বোধন কৰিলে মাহি পল মে'কাপ ষ্টুডিঅ' একাডেমী নামৰ এটি অনুষ্ঠান।

মঙ্গলদৈ ভেবাৰঘাটৰ মাহি পল নামৰ ষ্টুডিঅত এতিয়াৰ পৰা বিবাহ, জন্ম দিন, উৎসৱ, পূজা সমূহত মে'কাপৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

#দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীৰ বাবে ৰেহাই থাকিব বুলি দিয়ে।

#ডিম্পু বৰুৱাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো উপস্থিত থাকে।