যোৱা কালিৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীত দুদিনীয়া
কাৰ্যসূচীৰে আৰম্ভ হোৱা সমগ্ৰ ভাৰত বৰ্ষৰ নিৰ্বাচিত
বিধায়ক সকলৰ "National Workshop for State
Legislators" সভাত অসমৰ আন আন নিৰ্বাচিত বিধায়ক
সকলৰ লগতে ,মাননীয় মাজুলী সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ
ভূৱন গাম ডাঙৰীয়াই অংশগ্ৰহণ কৰে !