চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা মহিলা মৰ্চাৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। তেখেতে মহিলা সকলক উদ্দেশ্যি নাৰী সৱলীকৰণৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে সভাখনত। তেখেতে কয় প্ৰতি গৰাকী নাৰীয়ে হৈছে প্ৰতিভাৰ আকৰ, নাৰী সকলৰ মাজত অফুৰন্ত শক্তি আছে যি শক্তিয়ে ঘৰখন, সমাজ খন, ৰাজ্য খনৰ লগতে দেশখনক সলনি কৰিব পাৰে। অসম বুৰঞ্জীৰ উদ্ধৃতি দি মূলা গাভৰু, জয়মতী কুঁৱৰী, কুৰঙ্গনয়নীৰ আদৰ্শৰে অনুপ্ৰাণিত আৰু তেনে মহীয়সী নাৰীৰ মহীয়ান অসমৰ নাৰী সমাজ বুলি মন্তব্য কৰে। উক্ত সভাত উপস্থিত থাকে চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ, মহিলা মৰ্চাৰ জিলা সমিতিৰ সভানেত্ৰী প্ৰণীতা পাংগিং, ৰাজ্যিক উপসভানেত্ৰী তথা চৰাইদেউ জিলা মহিলা মৰ্চাৰ তত্বাৱধায়ক মধুমিতা দত্ত, ৰাজ্যিক মহিলা মৰ্চাৰ সাংস্কৃতিক কোষৰ আহ্বায়িকা প্ৰিয়ংকা কলিতা গগৈ, সাধাৰণ সম্পাদিকা ললিতা বড়া, জুৰি মহন, সম্পাদিকা জোনমনি বড়া বৰুৱা, বৰুৱাছালি জিলা পৰিষদৰ সদস্যা পূৰবী গগৈ,লাকুৱা জিলা পৰিষদৰ সদস্যা মুনমুনি ৰাজকুমাৰী ৰ লগতে মহিলা মৰ্চাৰ জিলা আৰু মন্ডলৰ সমূহ বিষয় ববীয়া সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
오이는 간단하게 무쳐 아침식사로 드셔보세요‼️ 매일 먹어도 질리지 않고 장 건강에 최고에요👍🏻💯 오이 샐러드, 토스트
오이는 간단하게 무쳐 아침식사로 드셔보세요‼️ 매일 먹어도 질리지 않고 장 건강에 최고에요👍🏻💯 오이 샐러드, 토스트
હારીજ : દુનાવાડા ફાયરિંગ મામલો, પોલીસે ત્રણ શખ્સોને ઝડપી પાડ્યા | SatyaNirbhay News Channel
હારીજ : દુનાવાડા ફાયરિંગ મામલો, પોલીસે ત્રણ શખ્સોને ઝડપી પાડ્યા | SatyaNirbhay News Channel
સિદ્ધપુરમાં કોંગ્રેસ બંધના એલાનને મળી મોટી સફળતા.
સિદ્ધપુર ના ધારાસભ્ય ચંદનજી ઠાકોર સહિત કોંગ્રેસના કાર્યકર્તાઓ બંધ કરાવવા નીકળ્યા.
મોંઘવારી ના...