মাজুলীত নিশা নিশা অচিনাক্ত লোকৰ প্ৰবেশ ৷ অচিনাকি লোক গাঁওবাসীয়ে পত্যক্ষ কৰিলেও আইন যাতে হাঁতত তুলি নলয় তাৰেই আহ্বান উজনি মাজুলী চক্ৰ বিষয়া  নৱজ্যোতি দাসৰ   ৷

প্ৰতিটো নিশা আতংকিত পৰিৱেশ মাজুলীত ৷