আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু দলটোৰ ভাতৃ সংগঠন অসম জাতীয় যুৱ শক্তিৰ চৰাইদেউ জিলা সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনখন অহা ২৫ ছেপ্টেম্বৰত এদিনীয়া কাৰ্যসূচীৰে মাহমৰা সমষ্টিৰ কচুমাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব৷ অধিৱেশনৰ কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ঌ বজাত পতাকা উত্তোলন কৰিব অসম জাতীয় পৰিষদ, চৰাইদেউ জিলা সমিতিৰ সভাপতি মাণিক গগৈয়ে, পুৱা ঌ-৩০ বজাত শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰিব জিলা সমিতিৰ সম্পাদক বিপুল কুমাৰ ফুকনে৷ দুপৰীয়া প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ পাচতে প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সন্মানীয় অতিথি হিচাপে দলটোৰ উপ সভাপতিত্ৰয় ক্ৰমে প্ৰাক্তন বিধায়ক অনুপ ফুকন, ৰাণা চাংমাই আৰু ইজৰাইল নন্দ উপস্থিত থাকিব৷ ইফালে সভাখনত অসম জাতীয় যুৱ শক্তিৰ সভানেত্ৰী লাকিমণি বৰুৱা, কাৰ্যকৰী সভাপতি দিপাংকৰ সোণোৱাল আৰু সাধাৰণ সম্পাদক মহম্মদ ইফ্টিকাৰ ৰহমানকে ধৰি বহুকেইগৰাকী দলৰ শীৰ্ষ নেতাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kisan Delhi March: किसानों के लिए Akhilesh का छलका दर्द,BJP को घेरते हुए कही ये बात| Farmer Protest
Kisan Delhi March: किसानों के लिए Akhilesh का छलका दर्द,BJP को घेरते हुए कही ये बात| Farmer Protest
Coronavirus in India: Corona is scaring again in the country! New cases crossed four thousand in 24 hours, active cases increased
There has been a spurt in the cases of corona virus in the country. More than 1400 cases...
કાલોલ તાલુકાના વેજલપુર ગામે વિકસિત ભારત સંકલ્પ યાત્રા રથનુ ભવ્ય સ્વાગત કરાયુ
કાલોલ તાલુકાના વેજલપુર ગામે શનીવારે વિકસિત ભારત સંકલ્પ યાત્રા અંતર્ગત કાર્યક્રમ યોજાયો હતો ત્યારે...
गाड़ी को स्टील रिम के साथ चलाएं या अलॉय व्हील्स लगवाना रहेगा बेहतर, पढ़ें फायदे और नुकसान
वाहन निर्माताओं की ओर से कुछ वेरिएंट्स में स्टील रिम लगाकर दिए जाते हैं लेकिन कुछ वेरिएंट्स...
মৰিগাঁৱত খাদ্যত বিষক্ৰীড়া হৈ শিশু সহ শতাধিক আক্ৰান্ত
বিধান সভা সমষ্টিৰ অন্তৰ্গত বাৰোকাটাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।
# স্থানীয় এগৰাকী...