বিধান সভা সমষ্টিৰ অন্তৰ্গত বাৰোকাটাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।
# স্থানীয় এগৰাকী ব্যক্তিৰ ঘৰত নাম প্ৰসঙ্গৰ মাহ প্ৰসাদ খাই গুৰুত্বৰ ভাবে অসুস্থ হৈ পৰে শিশু সহ প্ৰায় শতাধিক লোক।
# ঝাৰগাঁও আৰু মৰিগাঁও অসামৰিক চিকিৎসালয়ত বৰ্তমানে প্ৰায় বিশজন ব্যক্তি চিকিৎসাধীন ।
# সামান্য ভাবে অসুস্থ সকল নিজ বাসগৃহতে চিকিৎসাধীন ।