ভাৰতৰ স্বাধীনতা লাভকৰা ৭৫বছৰৰ লগত সংগতিৰাখি দেশজুৰি আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিদ্যুৎ মন্ত্ৰলয়ৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰসহযোগত জিলা খনৰ ২নং কঠিয়াখুন্দাৰ সোণালীপুৰ গাওঁৰ ধৰ্মেশ্বৰ বায়ন সোঁৱৰণী নাট্য মঞ্চত কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি "উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শক্তি@২০৪৭ "ৰ অন্তৰৰ্গত বিজুলী মহোৎসৱ উদযাপন কৰা হয় । এই কাৰ্যসূচীত বন্তি প্ৰজ্জ্বলনৰে শুভাৰম্ভ কৰে জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰে। এই গাওঁখনৰ ২৭৩ টা পৰিয়ালে বিদ্যুত সংযোগ পাব বুলি উল্লেখ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बहराइच हिंसा- आरोपियों के 23 घरों पर चलेगा बुलडोजर:रात में नोटिस चस्पा, सुबह कई ने दुकानें खाली कीं
बहराइच हिंसा का शनिवार को 7वां दिन है। सड़कों पर अभी भी सन्नाटा है। जगह-जगह फोर्स तैनात है।...
વર્ષે પદયાત્રિકો સાથે માઇભક્તો અને સંઘોની સંખ્યામાં વધારો જોવા મળ્યો છે
વર્ષે પદયાત્રિકો સાથે માઇભક્તો અને સંઘોની સંખ્યામાં વધારો જોવા મળ્યો છે
गलोद घाट पर निर्माणाधीन पुल के एक हिस्से के गिरने का मामला
टोंक में गलोद घाट पर निर्माणाधीन पुल के एक हिस्से के गिरने का मामला
जयपुर से आए PWD के आला...
Ram Mandir: दुनिया की 155 नदियों के जल से होगा रामलला का जलाभिषेक, पाकिस्तान भी है शामिल
Ayodhya Temple: 155 नदियों के जल से अयोध्या में भगवान श्रीराम लला (Ram Lala) का अभिषेक किया...