ভাৰতৰ স্বাধীনতা লাভকৰা ৭৫বছৰৰ লগত সংগতিৰাখি দেশজুৰি আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিদ্যুৎ মন্ত্ৰলয়ৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰসহযোগত জিলা খনৰ ২নং কঠিয়াখুন্দাৰ সোণালীপুৰ গাওঁৰ ধৰ্মেশ্বৰ বায়ন সোঁৱৰণী নাট্য মঞ্চত কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি "উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত শক্তি@২০৪৭ "ৰ অন্তৰৰ্গত বিজুলী মহোৎসৱ উদযাপন কৰা হয় । এই কাৰ্যসূচীত বন্তি প্ৰজ্জ্বলনৰে শুভাৰম্ভ কৰে জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰে। এই গাওঁখনৰ ২৭৩ টা পৰিয়ালে বিদ্যুত সংযোগ পাব বুলি উল্লেখ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિયોદર માં આમ આદમી પાર્ટી ના પંજાબના સી.એમ એ કર્યો રોડ શો..
ડીસા અને દીયોદર માં "આપ" નો રોડ શો યોજાયો.
ડીસા બેઠકના આમ આદમી પાર્ટીના યુવા અને શિક્ષિત...
নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নিগাম শাখা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিনিধি সভা আয়োজন
নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নিগাম শাখা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিনিধি সভা...
नरेश बाकलीवाल बने टैक्स बार एसोसिएशन के अध्यक्ष
नरेश बाकलीवाल टैक्स बार एसोसिएशन के अध्यक्ष बनेबूंदी। हरियाली रिसोर्ट पर आयेजित टैक्स बार...
Mumbai में सफाई अभियान में शामिल RajKumar Rao ने PM मोदी ने क्या कहा ? | Swaksh Bharat Abhiyan
Mumbai में सफाई अभियान में शामिल RajKumar Rao ने PM मोदी ने क्या कहा ? | Swaksh Bharat Abhiyan