ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰত দিহানামৰ কৰ্মশালা । ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰত দিহানামৰ নামতী সকলৰ কৰ্মশালা এটি আৰম্ভ হৈছে ৷ কলাইগাওঁ আৰু ছিপাঝাৰ বিধান সভা সমষ্টিৰ মুঠ এঘাৰগৰাকী নামতীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট লোক শিল্পী, বিহু সুৰক্ষা সমিতি,অসমৰ সাংগঠনিক সম্পাদক মিঠু বড়োই ৷ কুৰুলী সংগত কৰে চণ্ডী ৰাভাই ৷ দিহানামৰ ঐতিহ্য,পৰম্পৰা আৰু আঞ্চলিক বৈশিষ্ট্য সমূহ অটুট ৰাখি ইয়াক পৰিবেশন কৰিবলৈ সকলোকে আহ্বান জনাইছে প্ৰশিক্ষক মিঠু বড়োই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુહાપુરાની કાલુ ગરદન ગેંગની પોલીસે કમર તોડી: ગેંગના 4 શખ્સો ઝબ્બે
અમદાવાદ
શહેરના જુહાપુરામાં કુખ્યાત કાલુ ગરદન ગેંગ પર હવે ક્રાઇમ બ્રાન્ચે ગાળીઓ કસવાનું શરૂ કરી...
डॉ. महेश अकोलकर यांना आदर्श समाजरत्न पुरस्कार प्रदान
डॉ. महेश अकोलकर यांना आदर्श समाजरत्न पुरस्कार प्रदान
अंबाजोगाई (प्रतिनिधी )येथील डॉ.महेश अकोलकर...
OTT 2 विनर Elvish Yadav के प्रोग्राम में जुटी 3 लाख से ज्यादा लोग, हरियाणा के CM ने किया सम्मानित
OTT 2 विनर Elvish Yadav के प्रोग्राम में जुटी 3 लाख से ज्यादा लोग, हरियाणा के CM ने किया सम्मानित
TMC Protest in Delhi: देखें बड़ी खबरें सुपरफास्ट | Eknath Shinde Delhi | Land For Job Scam | Nanded
TMC Protest in Delhi: देखें बड़ी खबरें सुपरफास्ट | Eknath Shinde Delhi | Land For Job Scam | Nanded
উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত তৰ্ক, কুইজ আৰু ৰচনা প্ৰতিযোগিতা
মাজুলীৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ বৰ্ষজোৰা গৌৰৱোজ্বল সোণালী...