বৰভাগত অচিৰে শ্বহীদ মুকুন্দ কাকতিৰ প্ৰতিমুৰ্তি স্থাপন কৰা হব৷এই মন্তব্য বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ৷আজি বৰভাগৰ ক্ষুদ্ৰ কুলহাটীত শ্বহীদ মুকুন্দ কাকতি স্মৃতি ন্যাসৰ উদ্যোগত আয়োজিত ৮১ সংখ্যাক স্মৃতি দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি অধ্যক্ষ গৰাকীয়ে এই মন্তব্য কৰে৷তেওঁ কয় যে শ্বহীদ গৰাকীৰ স্মৃতিৰ লগত বৰভাগৰ আবেগ জৰিত হৈ আছে৷তাক সন্মান জনোৱাটো অতিপাত প্ৰয়োজন৷স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ফনীন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ লগতে বহুত কেইজন বিশিষ্ট লোক উপস্থিত আছিল৷সভাখনত এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Mahayuti में सुलझा सीटों का पेच, Fadnavis बोले- अब सिर्फ 10 सीटों पर बातचीत जारी
Breaking News: Mahayuti में सुलझा सीटों का पेच, Fadnavis बोले- अब सिर्फ 10 सीटों पर बातचीत जारी
CG PSC Scam: छत्तीसगढ़ लोक सेवा आयोग भर्ती घोटाले में CBI ने लिया एक्शन, राज्य में 15 स्थानों पर की ताबड़तोड़ छापेमारी
नई दिल्ली। सीबीआई ने 2022 में आयोजित लोक सेवा आयोग परीक्षा में भाई-भतीजावाद के आरोपों के...
বাদুলিপাৰত ঝুমুৰ সন্মিলনত ৰাইজৰ ব্যাপক উচাহ
বাদুলিপাৰত ঝুমুৰ সন্মিলনত ৰাইজৰ ব্যাপক উচাহ ৷ বাদুলিপাৰ চাহ বাগিছা যুৱ সংঘৰ উদ্যোগত বৰ্ণাঢ্য...
ভংয়কৰ পথ দুৰ্ঘটনা || থিতাতে নিহত দুজন || গুৰুত্বভাৱে আহত আনজনক ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ভৰ্তি
ভংয়কৰ পথ দুৰ্ঘটনা || থিতাতে নিহত দুজন || গুৰুত্বভাৱে আহত আনজনক ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ভৰ্তি
Spam Message की Google पहले ही कर लेगा पहचान, इस सेटिंग से खुद ही ब्लॉक हो जाएंगे मैसेज
Block Spam Messages स्मार्टफोन का इस्तेमाल करने के दौरान दिनभर में कई मैसेज आते हैं। इनमें से कुछ...