বৰভাগত অচিৰে শ্বহীদ মুকুন্দ কাকতিৰ প্ৰতিমুৰ্তি স্থাপন কৰা হব৷এই মন্তব্য বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ৷আজি বৰভাগৰ ক্ষুদ্ৰ কুলহাটীত শ্বহীদ মুকুন্দ কাকতি স্মৃতি ন্যাসৰ উদ্যোগত আয়োজিত ৮১ সংখ্যাক স্মৃতি দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি অধ্যক্ষ গৰাকীয়ে এই মন্তব্য কৰে৷তেওঁ কয় যে শ্বহীদ গৰাকীৰ স্মৃতিৰ লগত বৰভাগৰ আবেগ জৰিত হৈ আছে৷তাক সন্মান জনোৱাটো অতিপাত প্ৰয়োজন৷স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ফনীন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ লগতে বহুত কেইজন বিশিষ্ট লোক উপস্থিত আছিল৷সভাখনত এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आ.सुरेश धस यांची नवराञ निमित्त पाटोदेकराना आनोखी भेट शहराच्या विकासासाठी कोट्यावधी रुपय आनले थेट
पाटोदा (प्रतिनिधी) भारताचे लोकप्रिय पंतप्रधान नरेंद्र मोदी यांच्या जणकल्याणकारी योजना व सेवा...
শতবৰ্ষ গৰকা মৰাণহাটৰ ঐতিহ্য মণ্ডিত ৰ্নৱদেশ্বৰ শিৱালয়ত উলহ-মালহেৰে মহাশিৱৰাত্ৰি উদ্যাপন।শ শ লোকৰ সমাগম।
মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰবিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মৰাণহাটৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী...
दिवाळी ठरली काळी | एकाच कुटुंबातील तिघांवर काळाचा घाला । HPN MARATHI NEWS
दिवाळी ठरली काळी | एकाच कुटुंबातील तिघांवर काळाचा घाला । HPN MARATHI NEWS
অসম পেট্ৰ'কেমিকেলচ্ লিমিটেডৰ বিষয়াবৰ্গৰ উপস্থিতিত বিভিন্ন কামৰ অগ্ৰগতিৰ বুজ মন্ত্ৰী বিমল বড়াৰ
আজি জনতা ভৱন কাৰ্যালয়ৰ সভাকক্ষত অসম পেট্ৰ'কেমিকেলচ্ লিমিটেডৰ বিষয়াবৰ্গৰ উপস্থিতিত...