পুনৰ বঃহিৰাজ্যত মৃত্যু হৈছে অসমৰ এগৰাকী যুৱতীৰ।মৰঙীৰ মুৰফুলনীৰ কৰ্দৈগুৰিৰ যুৱতীগৰাকী আঠ মাহ পূৰ্বে সন্ধানহীন হৈছিল। সন্ধান হীন হোৱাৰ পাছতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে বগীজান থানাৰ সন্ধানহীন হোৱা বুলি এজাহাৰ দিছিল। কিন্তু কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। যাৰ বাবে এতিয়া ভানু দাস নামৰ যুৱতগৰাকী চেন্নাইৰ cengalpattu medical College hospital ত মৃত্যু হোৱা বুলি খবৰ পাই মৰ্মাহত হৈ পৰিছে। যুৱতগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। বগীজান থানাত গোচৰ দিবলৈ গৈছিল যদিও গোচৰ নললে আৰক্ষীয়ে। আৰক্ষীৰ মতে চেন্নাইত গোচৰ ৰুজু কৰিব লাগিব পৰিয়ালৰ লোকে । আনফালে পৰিয়ালৰ লোকে জানিবলৈ দিছে যুৱতী গৰাকীক সাগৰ লামা আৰু নানো নামৰ মহিলগৰাকীয়ে লৈ গৈছিল। আৰু তেওঁলোক দুজনে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संसद का शीतकालीन सत्र 25 नवंबर से:20 दिसंबर तक चलेगा; वन नेशन-वन इलेक्शन और वक्फ विधेयक बिल पेश होने के आसार
18वीं लोकसभा का पहला शीतकालीन सत्र 25 नवंबर से शुरू होगा। मीडिया रिपोर्ट्स के अनुसार सत्र 20...
બોટાદ : કિસાન મોરચા દ્વારા જિલ્લા કલેક્ટરને આવેદનપત્ર | SatyaNirbhay News Channel
બોટાદ : કિસાન મોરચા દ્વારા જિલ્લા કલેક્ટરને આવેદનપત્ર | SatyaNirbhay News Channel
પાવાગઢ ખાતે ફરજ બજાવતા શિક્ષક ઓનલાઇન સ્વીફ્ટ કાર ખરીદવાના ચક્કરમાં સાયબર ક્રાઇમનો ભોગ બન્યા,1.50 લાખ ઉપરાંતની રકમ ગુમાવી.
સુપ્રસિદ્ધિ યાત્રાધામ પાવાગઢ ખાતે ડુંગર પર આવેલ પ્રાથમિક શાળામાં શિક્ષક તરીકે 12 વર્ષ જેટલા...
ગણેશ મહોત્સવ નાં અંતિમ દિવસોમાલુહાર શાલા વિસ્તારમા૮માદિવસેદીપમાળાતથાઅનકોટસુંદર આયોજનકરવામાંઆવ્યું
ગણેશ મહોત્સવ નાં અંતિમ દિવસોમાલુહાર શાલા વિસ્તારમા૮માદિવસેદીપમાળાતથાઅનકોટસુંદર આયોજનકરવામાંઆવ્યું
মাহমৰাৰ কোৰোকানিত দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ভোটদান কেন্দ্ৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন
দেউৰী স্বায়ত্বশাসিত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়। ৰাজ্যৰ ২২টা সমষ্টিৰ দেউৰী স্বায়ত্ব শাসিত...