পুনৰ বঃহিৰাজ্যত মৃত্যু হৈছে অসমৰ এগৰাকী যুৱতীৰ।মৰঙীৰ মুৰফুলনীৰ কৰ্দৈগুৰিৰ যুৱতীগৰাকী আঠ মাহ পূৰ্বে সন্ধানহীন হৈছিল। সন্ধান হীন হোৱাৰ পাছতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে বগীজান থানাৰ সন্ধানহীন হোৱা বুলি এজাহাৰ দিছিল। কিন্তু কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। যাৰ বাবে এতিয়া ভানু দাস নামৰ যুৱতগৰাকী চেন্নাইৰ cengalpattu medical College hospital ত মৃত্যু হোৱা বুলি খবৰ পাই মৰ্মাহত হৈ পৰিছে। যুৱতগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। বগীজান থানাত গোচৰ দিবলৈ গৈছিল যদিও গোচৰ নললে আৰক্ষীয়ে। আৰক্ষীৰ মতে চেন্নাইত গোচৰ ৰুজু কৰিব লাগিব পৰিয়ালৰ লোকে । আনফালে পৰিয়ালৰ লোকে জানিবলৈ দিছে যুৱতী গৰাকীক সাগৰ লামা আৰু নানো নামৰ মহিলগৰাকীয়ে লৈ গৈছিল। আৰু তেওঁলোক দুজনে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર સર્કિટ હાઉસ ખાતે અલગ અલગ નવસમાજ ની સાથે અલ્પેશ ઠાકોર ની બેઠકઓજાઈ
રાધનપુર સર્કિટ હાઉસ ખાતે અલગ અલગ નવ અલ્પેશ ઠાકોર ની બેઠકઓજાઈ જેમા ભરવાડ. રાણા નાઈ યોગી આહીર દલિત...
धरणीधर जयंती 24 को, निकलेगी भव्य शोभायात्रा
श्री धरणीधर जन सेवा संस्थान की ओर से 24 अगस्त को धाकड़ समाज के आराध्य देव भगवान धरणीधर जी की...
তিনিচুকীয়াৰ কাকপথাৰত আৰক্ষীৰ এনকাউন্টাৰত নিহত ড্ৰাগছ সৰবৰাহকাৰী বিনোদ মৰাণৰ মৃতদেহ তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি
তিনিচুকীয়াৰ কাকপথাৰত আৰক্ষীৰ এনকাউন্টাৰত নিহত ড্ৰাগছ সৰবৰাহকাৰী বিনোদ মৰাণৰ মৃতদেহ তিনিচুকীয়াৰ...
অসম চাহ নিগমৰ বাগিছাত শীঘ্ৰে বোনাচ প্ৰদানৰ দাবী চাহ মজদুৰ সংঘৰ
ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত পৰিচালিত অসম চাহ নিগম লিমিটেডৰ অধীনত থকা ১৫ খন চাহ বাগিছাৰ শ্ৰমিকে...