উচ্চ শিক্ষা ৰে শিক্ষিত হৈও চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম নোহোৱা যুৱক জন প্ৰথম অৱস্থাত হতাশ ত ভুগিছিল।'কৰ্মই ধৰ্ম'এই কথাষাৰ মনত ৰাখি নিজৰ হাতত জমা থকা সামান্য মূলধনেৰে ঘৰতে সৰুকৈ আৰম্ভ কৰিলে গাহৰি ফাৰ্ম ।যুৱক জন হৈছে ঘিলামৰাৰ টেঙা আম মাজ গাঁওৰ গিতাচ চেতিয়া ।বহু বছৰ চৰকাৰী চাকৰি বিচাৰি অৱশেষত চাকৰিৰ বাবে বয়স পাৰ হৈ যোৱাত কম্পিউটাৰ চেণ্টাৰ খুলি জীৱন নিৰ্বাহ কৰি অহা গিতাচ চেতিয়াই গাহৰি পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ২0১৮ চনত আৰম্ভ কৰে গাহৰি ফাৰ্ম।এবছৰ পাছত লাভৰ মুখ দেখিবলৈ সক্ষম হয় উদ্যমী যুৱক জন।উন্নত প্ৰজাতি গাহৰি পালন কৰি স্বাৱলম্বী হোৱা গিতাচ চেতিয়া নিবনুৱা যুৱক যুৱতী ৰ বাবে উৎকৃষ্ট নিদৰ্শন হৈ থিয় দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar Bridge Collapsed: Aguwani-Sultanganj bridge के गिरने से मचा हड़कंप, लोगों ने क्या देखा
Bihar Bridge Collapsed: इस तेज आवाज़ को सुनते ही स्थानीय लोगों का ध्यान एक बार फिर इस पुल ने अपनी...
વાંકાનેર આમ આદમી પાર્ટી સંગઠન માળખાંની મીટીંગ યોજાઈ
વાંકાનેર આમ આદમી પાર્ટી સંગઠન માળખાંની મીટીંગ યોજાઈ
વાંકાનેર આમ આદમી પાર્ટી સંગઠન માળખાં ની...
কামৰূপ জিলাৰ ঔদ্যোগিক গোট সমূহৰ প্ৰতিনিধি, উদ্যোগী আৰু ৰপ্তানীকাৰী সকলৰ সৈতে আজি জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ মত-বিনিময়
কামৰূপ জিলাৰ ঔদ্যোগিক গোট সমূহৰ প্ৰতিনিধি, উদ্যোগী আৰু ৰপ্তানীকাৰী সকলৰ সৈতে আজি জিলা উপায়ুক্ত...
સાવલી માં બેજૂથ વચ્ચે પથ્થર મારો | Savli | Estv | stone among the group | war | hindu | muslim
સાવલી માં બેજૂથ વચ્ચે પથ્થર મારો | Savli | Estv | stone among the group | war | hindu | muslim
મોરબી હોનારતમાં મૃત્યુ પામેલા દિવંગતો ની આત્માની શાંતિ માટે વિધાનસભા અઘ્યક્ષાએ ભુજ ખાતે શ્રદ્ધાંજલિ અર્પણ કરી
વિધાનસભાના અધ્યક્ષાશ્રી ડો. નીમાબેન આચાર્યે મોરબી હોનારતમાં મૃત્યુ પામેલા દિવંગતોની આત્માની શાંતિ...