আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ লগতে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰি আজি সোণাৰিত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদ অসমে। জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ বাবে দীৰ্ঘদিন ধৰি আহোম জনগোষ্ঠীৰ সংগঠন সমূহে দাবী জনায় অহাৰ পাছতো চৰকাৰে গুৰুত্ব আৰোপ নকৰাত আজি পুনৰ সৰৱ হৈ উঠিছে টাইপা। সোণাৰিত টাইপাৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই চৰকাৰে আহোম জনগোষ্ঠীক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
realme launches the Stylish realme narzo 60 Series 5G & the revolutionary realme Buds Wireless
realme launches the Stylish realme narzo 60 Series 5G and the revolutionary realme Buds Wireless...
'मैं पीएम मोदी का विरोधी नहीं, लेकिन...' एनसीपी में खटपट के बीच बोले उद्धव ठाकरे
नई दिल्ली, महाराष्ट्र की सियासत में बीते कुछ दिनों से काफी बदलाव देखने को मिल रहा है।...
विपक्ष के सांसदों के निलंबन पर भड़कीं Sonia Gandhi, सरकार से पूछे गंभीर सवाल | Parliament | Aaj Tak
विपक्ष के सांसदों के निलंबन पर भड़कीं Sonia Gandhi, सरकार से पूछे गंभीर सवाल | Parliament | Aaj Tak
ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰত উপস্থিত পতঞ্জলি হৰিদ্বাৰৰ কেন্দ্ৰীয় প্ৰভাৰী ভাই ৰাকেশজী,কলে ৰহাত যোগৰ আদৰ্শ শ্ৰেনী চলি আছে।
বৰ্ষ ২০১৭পৰা ৰহাত বিনামূলীয়া কৈ যোগ শিবিৰ চলাই থকা ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰত আজি পূবা উপস্থিত...