আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ লগতে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰি আজি সোণাৰিত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদ অসমে। জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ বাবে দীৰ্ঘদিন ধৰি আহোম জনগোষ্ঠীৰ সংগঠন সমূহে দাবী জনায় অহাৰ পাছতো চৰকাৰে গুৰুত্ব আৰোপ নকৰাত আজি পুনৰ সৰৱ হৈ উঠিছে টাইপা। সোণাৰিত টাইপাৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই চৰকাৰে আহোম জনগোষ্ঠীক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sri Hanuman Janmotsav Kharupetia Ayodhya Mandir in View
Sri Hanuman Janmotsav Kharupetia Ayodhya Mandir in View
આતે કેવો પ્રિન્સિપાલ કે જે શિક્ષણ આપવાને બદલે માસૂમ વિદ્યાર્થીઓને નગ્ન કરી માણતો હતો અકુદરતી સેક્સ !!
સુરતમાં બાળકોને શિક્ષણ આપવાને બદલે નગ્ન કરી તેઓ સાથે હવસ સંતોષતા હવસખોર આચાર્ય પકડાતા તેના...
Muharram
Significance of the Festival
The Shia Muslim community mourns the demise of Hussain Ibn Ali, the...
बियर से भरी ट्रक हुई अनियंत्रित : सड़क पर गिरी बोतल, उठाने में लगे आसपास के लोग, गाड़ियों की लगी लंबी लाइन,
बियर से भरी ट्रक हुई अनियंत्रित : सड़क पर गिरी बोतल, उठाने में लगे आसपास के लोग, गाड़ियों की लगी...
બે સમાજ વચ્ચે મારામારી થતાં આઠ લોકોને ઈજા પહોંચી....
બે સમાજ વચ્ચે મારામારી થતાં આઠ લોકોને ઈજા પહોંચી....