বৃহত্তৰ মৰাণ অঞ্চলৰ যি সকল ব্যক্তিয়ে আকাশবাণী কেন্দ্ৰত গীত বা বাদ্য যন্ত্ৰ পৰিৱেশন কৰিছিল সেই সকল শিল্লী একত্ৰ হৈ যোৱা ১৭ ছেপ্টেম্বৰত মৰাণত গীতিমঞ্জৰী নামেৰে এটি ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰে । মৰাণৰ ৰাধাকৃষ্ণ বিবাহ ভৱনত সন্ধিয়া অনুষ্ঠিত হোৱা উক্ত গীতিমঞ্জৰী অনুষ্ঠানটো শুভ উদ্বোধন কৰে একালৰ কণ্ঠশিল্পী তথা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দ্বীজেন গোহাঁয়ে । বিশিষ্ট কবি নীলাক্ষী বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশিষ্ট শিল্পী তথা গীতিমঞ্জৰী অনুষ্ঠানৰ সহ সম্পাদক উমানন্দ দুৱৰাই । উক্ত অনুষ্ঠানত বলিউদৰ সংগীত জগতৰ প্ৰতিষ্ঠিত শিল্পী মৰাণৰ সন্তান ধ্ৰুৱজ্যোতি ফুকন, অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী বিপিন চাউদাঙ, মৰাণৰ বিশিষ্ট নাগৰিক ডাঃবিৰিঞ্চি কুমাৰ গগৈ, অনুপ ফুকনকে মুখ্য কৰি শতাধিক ৰাইজ সমবেত হৈছিল । অনুষ্ঠানত মম্বাই নিবাসী তথা খ্যাতনামা কণ্ঠশিল্পী শাশ্বতী ফুকন আৰু মৰাণৰ জ্যেষ্ঠ সাংবাদিক তথা অসম চৰকাৰৰ সাংবাদিক পেঞ্চনাৰ বাছা বৰাক গামোচা, চেলেং, শৰাই, মানপত্ৰই ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটোৰ লগত সংগতিৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ' গীতিমঞ্জৰী' উন্মোচন কৰে বিশিষ্টা লেখিকা টিংখং মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা ড°জ্যোতিমালা গোহাই ফুকনে । উক্ত গীতিমঞ্জৰী অনুষ্ঠানত গীত পৰিৱেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে ক্ৰমে - শাশ্বতী ফুকন, মনোৰমা দত্ত বুঢ়াগোহাই, জিতু বৰঠাকুৰ, জোনালী গগৈ, সপোনদীপ ভাগৱতী, বিমল মিত্ৰ, উমানন্দ দুৱৰা, ড°শৰত শইকীয়া, প্ৰফুল্ল গগৈ, নিপল বৰুৱা, অৰ্পনা গগৈ, নিভা আৰন্ধৰা, বীণা বৰগোহাই, দীপালী চুতীয়া ফুকন, বিদ্যা ভাৰতী, দীপিকা দত্ত, লাৱণ্য কলিতা, অংকিতা কলিতা , ষষ্ঠীতনয়া কলিতা, সিদ্ধাৰ্থ ব্যানাৰ্জী, উত্তম দেউৰী, শুভজ্যোতি ফুকন, চঞ্চল ভট্ৰাচাৰ্য, মনোজ কলিতা, শৈলেন কলিতা, অজয় ফুকন, চিন্ময়ী চেতিয়া, ৰূপাঞ্জলি শইকীয়া, অৰুন্ধতী শৰ্মা, পুস্পাঞ্জলি গগৈ, পুৰ্ণিত দিহিংগীয়াকে ধৰি বহু শিল্লীয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नैनवां उपखंड क्षेत्र का दौरा कर आपात स्थिति से निपटने की तैयारियो का लिया जायजा*
मौसम विभाग की ओर से बूंदी जिले में 13 अगस्त के लिए जारी की गई भारी बारिश की चेतनावनी के बाद बूंदी...
વિધાનસભા ના અધ્યક્ષ શંકર ચોધરી એ થરાદ માં મકરસંકરાંતિ ની ઉજવણી કરી
મત વિસ્તાર થરાદમાં વિધાનસભા અધ્યક્ષ શંકરભાઈ ચૌધરીએ કરી મકરસંક્રાંતિની ઉજવણી...
થરાદ શહેરના...
Ajit Pawar य़ांनी सांगितली आर आर पाटलांची भावूक आठवण | Supriya Sule | Rohit Patil | Sharad Pawar
Ajit Pawar य़ांनी सांगितली आर आर पाटलांची भावूक आठवण | Supriya Sule | Rohit Patil | Sharad Pawar
UP By Election: यूपी उपचुनाव में Samajwadi Party के चिन्ह पर लड़ेंगे India Alliance के उम्मीदवार
UP By Election: यूपी उपचुनाव में Samajwadi Party के चिन्ह पर लड़ेंगे India Alliance के उम्मीदवार
ನೂತನ ಸಚಿವರು ಮತ್ತು ಶಾಸಕರುಗಳ ಅಭಿನಂದನಾ ಸಮಾರಂಭ”
ಮಹಾಸಭೆಯು ಪ್ರತಿ ಸಾರ್ವತ್ರಿಕ ಚುನಾವಣೆಯ ಸಂತರ ಚುನಾಯಿತರಾದ ಸಮಾಜದ ಜನಪ್ರತಿನಿಧಿಗಳನ್ನು ಆದರಿಸಿ, ಸತ್ಕರಿಸಿಕೊಂಡು...