টিংখাঙৰ ডিকচাম চাহ বাগিছা খেলপথাৰত অনুষ্ঠিত হোৱা স্বৰ্গীয় ভুৱন তামাং সোঁৱৰণি প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা দেওবাৰে সফল সামৰণি পৰে। ২৮ আগষ্ট পৰা অনুষ্ঠিত হোৱা প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি চূড়ান্ত খেলখন ঔফুলিয়া গাঁও এফ চি বনাম খেৰণী গাঁও এফ চি মাজত অনুষ্ঠিত হয়। উক্ত চূড়ান্ত খেলখন শুভ উদ্ধোধন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন প্ৰথমাৰ্ধ আৰু দ্বিতীয়াৰ্ধত গ’ল শূণ্য ভাবে সমাপ্তি হয় যদিও ট্ৰাই বেকাৰৰ জৰিয়তে ঔফুলিয়া গাঁও এফ চি ফুটবল দলে খেৰণী গাঁও এফ চি ফুটবল দলক ১ গ'লৰ ব্যৱধানত পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AKOLA । निंभा येथील शासकीय क्लास जमिनीवरील 70 एकर अतिक्रमण काढले
AKOLA । निंभा येथील शासकीय क्लास जमिनीवरील 70 एकर अतिक्रमण काढले Marathi News LIVE | Zoom On News...
અર્જુન કપૂર અને મલાઈકા અરોરાના ફોટા ઈન્ટરનેટ પર વાયરલ, મિત્રોના લગ્ન કપલ તરીકે
મલાઈકા અરોરા અને અર્જુન કપૂરની તસવીરો અને વીડિયો સોશિયલ મીડિયા પર ધૂમ મચાવી રહ્યા છે. બંનેની જોડી...
CBSE Board Result 2024: सीबीएसई के रिजल्ट जारी, 93.60% स्टूडेंट्स हुए पास, लड़कियों ने मारी बाजी
CBSE Board Result 2024: सीबीएसई के रिजल्ट जारी, 93.60% स्टूडेंट्स हुए पास, लड़कियों ने मारी बाजी
ખંભાળિયા ખાતે બની રહેલા નાઈટ શેલ્ટર હોમની મુલાકાત
ખંભાળિયા ખાતે બની રહેલા નાઈટ શેલ્ટર હોમની મુલાકાત