অহা ২২ জুলাইৰ পৰা অসমত পোন প্ৰথমবাৰৰ বাবে হ'বলগীয়া যুৱ ক্ৰীড়া মহোৎসৱৰ অলিম্পিক শিখা লৈ আজি বালিপৰাত উপস্হিত হয় অলিম্পিক সন্থাৰ এটি সজাঁতি দল | শিখা লৈ সমগ্ৰ অসমৰ পাঁচখন জিলা ইতিমধ্যে ভ্ৰমন কৰি আজি বালিপৰাত উপস্হিত হোৱাত উষ্ম আদৰনি জনোৱা হয় দলটোক। বালিপৰা টাইকোৱানডো একাডেমি,বালিপৰা ফুটবল সন্থা,আৰু বালিপৰা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা দলটোক আদৰনি জনাই তেজপুৰ দিশলৈ আগুৱাই দিয়ে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઇડરના સુરપુર ગામે હચમચાવી નાંખે તેવી ઘટના પ્રકાશમાં આવી...!
ઇડરના સુરપુર ગામે હચમચાવી નાંખે તેવી ઘટના પ્રકાશમાં આવી...!
रोहा बारहपुजीया में राधाकृष्ण तिवा महिला समिति के सौजन्य से अनुष्टित
श्रीकृष्ण रासमहोत्सव।
रोहा बारहपुजीया में राधेकृष्ण तिवा महिला समिति के सौजन्य से अनुष्टित श्रीकृष्ण रासमहोत्सव।
गुजरात चुनाव में बढ़ गई कांग्रेस की चुनौती, राहुल गांधी की होगी एंट्री
गुजरात में होने वाले विधानसभा चुनाव के लिए लगभग सभी राजनीतिक दलों ने अपनी पूरी ताकत झोंक दी है,...
ৰহা মঠৰবৰীত ১২০তম্ শ্ৰীকৃষ্ণ দৌল ম মহোৎসৱ সম্পন্ন।
হৰিনামেৰে মুখৰিত মঠৰবৰী থান
ৰহা নিকটবৰ্তী বাৰহপূজীয়া সাৰ্বজনীন মঠৰবৰী থানত ৬মাৰ্চৰ পৰা ৬দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা...
ધારી શહેર કૂષ્ણમય, શહેરના વિવિધ માર્ગો ઉપર વિરાટ શોભાયાત્રા નીકળી
ધારી શહેર કૂષ્ણમય, શહેરના વિવિધ માર્ગો ઉપર વિરાટ શોભાયાત્રા નીકળી