টিংখাঙৰ ডিকচাম চাহ বাগিছা খেলপথাৰত অনুষ্ঠিত হোৱা স্বৰ্গীয় ভুৱন তামাং সোঁৱৰণি প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা দেওবাৰে সফল সামৰণি পৰে। ২৮ আগষ্ট পৰা অনুষ্ঠিত হোৱা প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি চূড়ান্ত খেলখন ঔফুলিয়া গাঁও এফ চি বনাম খেৰণী গাঁও এফ চি মাজত অনুষ্ঠিত হয়। উক্ত চূড়ান্ত খেলখন শুভ উদ্ধোধন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন প্ৰথমাৰ্ধ আৰু দ্বিতীয়াৰ্ধত গ’ল শূণ্য ভাবে সমাপ্তি হয় যদিও ট্ৰাই বেকাৰৰ জৰিয়তে ঔফুলিয়া গাঁও এফ চি ফুটবল দলে খেৰণী গাঁও এফ চি ফুটবল দলক ১ গ'লৰ ব্যৱধানত পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિહોર રાજકીય રોડ પર અકસ્માત ની ભીતી
અકસ્માતની ભીતિ: સિહોરમાં હાઇ-વે પર ધસી આવેલી માટી ન લેવાતા અકસ્માતની ભીતિ પ્રશ્નના ઉકેલમાં તંત્ર...
સીબી ગર્લ્સ હાઈસ્કૂલ ખાતે ગીતા જયંતી દિવસની ઉજવણી કરાઈ
શનિવારે કાલોલ કેળવણી પ્રચારક મંડળ દ્વારા સંચાલીત સી બી ગર્લ્સ હાઈસ્કૂલ ખાતે સવારે પ્રાર્થના સભામા...
Sharad Pawar यांची Patra Chawl घोटाळ्यात चौकशी करण्याची BJP ची मागणी
Sharad Pawar यांची Patra Chawl घोटाळ्यात चौकशी करण्याची BJP ची मागणी
ডিব্ৰুগড়ত যুৱকৰ তেজেৰে ৰাঙলী হল গণেশ পূজা বিসৰ্জনস্থলী!
ডিব্ৰুগড়ত যুৱকৰ তেজেৰে ৰাঙলী হল গণেশ পূজা বিসৰ্জনস্থলী!
તા.9મીના રાષ્ટ્રીય લોકઅદાલતનું આયોજન
સુરેન્દ્રનગર જિલ્લા કાનૂની સેવા સત્તામંડળ દ્વારા આગામી 9 ડિસેમ્બરના રોજ રાષ્ટ્રીય લોક અદાલતનું...